প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৰু গোৱিন্দ সিং জীৰ আদর্শৰে অনুপ্রাণিত হৈ দেশ আগুৱাই গৈছেঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী

Posted On: 20 JAN 2021 3:29PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুৰু গোৱিন্দ সিং জীৰ প্রকাশ পৰ্বত তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ এই পূন্য তিথিত তেওঁ দেশবাসীলৈ শুভেচ্ছা জনায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে জি ভিডি কনফাৰেন্সিংযোগে উত্তৰ প্রদেশৰ ৬লাখতকৈ অধিক হিতাধিকাৰীক প্রধানমন্ত্রী আৱাস যোজনাগ্রামীণ প্রকল্প বিত্তীয় সাহায্য প্ৰদান অনুষ্ঠানত ভাষণ আগবঢ়ায়৷

অনুষ্ঠান প্রধানমন্ত্রীয়ে হিতাধিকাৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে প্রকাশ পর্ব উপলক্ষে অভিনন্দন জনায়৷ গুৰু চাহে তেওঁৰ প্রতি অতি দয়াশীল বুলি তেওঁ অনুভ কৰে ৰু সেয়েহে তেওঁক সেৱা কৰাৰ প্রচুৰ সুযোগ প্রধানমন্ত্রী লাভ কৰিছে৷ গুৰু চাহেবৰ জীআৰু বাণীৰ জৰিয়তে মি অনুপ্রাণিত হৈ সেৱা আৰু সত্যৰ পথ অনুসৰণ কৰো৷ এই সেৱা আৰু সত্যৰ ভানাৰ পৰা শক্তি আৰু সাহস সঞ্চাৰিত হয়। শ্ৰী মোদীয়ে কয় যে গুৰু গোৱিন্দ সিং জীয়ে দেখুওৱা পথ অনুসৰণ কৰিয়েই দেশ আগুৱাই গৈছে।

.

*****

DS/DB



(Release ID: 1690739) Visitor Counter : 112