প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্ণাটকৰ ধৰৱাড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
15 JAN 2021 1:55PM by PIB Guwahati
কৰ্ণাটকৰ ধৰৱাড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ ধৰৱাড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত বহুকেইগৰাকী লোকে প্ৰাণ হেৰুওৱা কথাই ব্যথিত কৰিছে। দুখৰ এই মুহূৰ্তত, মই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।
***
DS/SH/KB
(रिलीज़ आईडी: 1688802)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam