মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

দেশজুৰি এভিয়ান ইনফ্লুয়েঞ্জাৰ স্থিতি

পোষ্ট কৰা হৈছে: 11 JAN 2021 3:11PM by PIB Guwahati

দেশ১১জানুৱাৰী, ২০২১লৈকে ১০খন ৰাজ্যৰ মাজতে এভিয়ান ইনফ্লুয়েঞ্জা সীমাবদ্ধ হৈ আছে৷ ৰাজস্থানৰ টং, কাৰাউলি, ভিলৱাৰা জিলা আৰু গুজৰাটৰ ভালছা, দোদৰা আৰু ছুৰাট জিলা কাউৰী আৰু হাঁহ প্ৰব্ৰজিত/বনৰীয়া পক্ষীৰ মৃত্যুৰ কাৰণ যে এই ভাইৰা সেয়া আইচিএআৰ-এনআইএইচএএডি নিশ্চিত কৰিছে। ইয়াৰ বাদেও ছাড়াও উত্তৰাখণ্ডৰ কোটদ্বাৰ আৰু দেৰাডু বহু কাউৰি মৰা পৰিছে। নতুন দিল্লীত কাউৰী আৰু সঞ্জয় হ্রদ হাঁহোৰিছে।

ইয়াৰ উপৰি মহাৰাষ্ট্র পাৰবাণী জিলা বয়লাআৰু মুম্বাই, থানে, ডাপোলি, বিদ কাউৰী এভিয়ান ইনফ্লুয়েঞ্জা মৃত্যু হৈছে।

হাৰিয়ানা সংক্রমণ প্রতিহত কৰিবলৈ সংক্রমিত পক্ষী নিধন কাৰ্য অব্যাহত ৰাখিছে৷ হিমাচল প্রদেশলৈটা কেন্দ্রীয় দল ৰাওনা হৈছে আৰু মহামাৰীৰ কেন্দ্রস্থল লৈজি তদন্ত আৰম্ভৰিছে।

ৰাজ্যসমূহক মানুমাজতজাগতা গঢ়ি লোৱাবাবে ব্যাপক প্রচাৰ চলোৱাৰ লগতে সম্পৰ্কত কোনো ভুল তথ্য যাতে প্ৰচাৰ নহয়, সেই লৈ সতৰ্ক হ’বলৈ কোৱা হৈছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত জলাশয়, চৰাইৰ মাংসৰ বজাৰ, চিৰিয়াখানা, বয়লাৰ ফার্ম ইত্যাদি স্থানত নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে। তদুপৰি,ক্ষীৰ মৃতদেহ উপযুক্তভাবে মাটিত পুতি থোৱাৰ লগতে বয়লাৰ ফার্মসমূহৰ আশেপাশে জৈ নিৰাপত্তা বৃদ্ধিৰ পৰামর্শ দিয়া হৈছে। তদুপৰি, পক্ষী নিধন অভিযান কৰাৰ সময় যাতে যথেষ্ট পৰিমাণে পিপিই কিট আৰু অন্যান্য আনুষংগিসঁজুলি থাকে সে বিষয়ে দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। ইয়াবাবে পশুপালন আৰু দুগ্ধ উদ্যোগ বিভাগৰ সচিবে ৰাজ্যসমূহৰ পশুপালন বিভাগক নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈ কয়৷ তদুপৰি, কোনো কাৰণতে যাতে এই ৰোগ পক্ষীপৰা মানুৰ শৰীৰত বিয়পিপৰে তাৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ কোৱা হৈছে

 

************

APS/MG/DB


(ৰিলিজ আই ডি : 1687820) অতিথি কক্ষ : 224