প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অধ্যাপিক চিত্ৰা ঘোষৰ মহাপ্ৰয়াণত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 08 JAN 2021 11:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপিক চিত্ৰা ঘোষৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইট বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কয়, অধ্যাপিক চিত্ৰা ঘোষ একাডেমিক আৰু সমাজ সেৱাৰ ক্ষেত্ৰত অগ্ৰণী অৱদান আগবঢ়াই গ’ল। "মই তেওঁৰ সৈতে নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কীয় বহু ফাইলৰ ডিক্লাছিফিকেশ্যনৰ উপৰিও আন বিভিন্ন বিষয়ক লৈ আলোচনা কৰিছিলো। তেখেতৰ আকস্মিক বিয়োগত শোকাহত হৈছো। তেখেতৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো। ঔঁম শান্তি।"

 

***********


(रिलीज़ आईडी: 1687271) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam