প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী বুটা সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
02 JAN 2021 11:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী বুটা সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে শ্ৰী মোদীয়ে কয়,
“শ্ৰী বুটা সিং এগৰাকী অভিজ্ঞ প্ৰশাসক আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলৰ কল্যানক লৈ তেওঁ সৰৱ আছিল৷ তেওঁৰ বিয়োগ শোক প্ৰকাশ কৰিছো৷ তেওঁৰ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জনালো৷”
***
DS/VJ/AK/DB
(ৰিলিজ আই ডি : 1685747)
অতিথি কক্ষ : 207
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam