প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পহিলা জানুৱাৰীত জিএইচটিচি-ইণ্ডিয়াৰ অধীনত লাইট হাউচ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে লগতে পিএমএৱাই(নগৰ) আৰু আশা-ইণ্ডিয়া বঁটা বিতৰণ কৰিব

Posted On: 30 DEC 2020 7:42PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০২১ৰ পহিলা জানুৱাৰীৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগেখন ৰাজ্যৰ ৬টা স্থানত গ্ল’বেল হাউছিং টেকনলজি চেলেঞ্জইণ্ডিয়া (জিএইচটিচিইণ্ডিয়া)ৰ অধীনত লাইট হাউ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰিব৷ প্রধানমন্ত্রীয়ে সুলভ বহনক্ষম আৱাস প্ৰকল্প উৎসাহিত কৰাৰ বাবে সুলভ বহনক্ষম গৃহ দ্ৰুতিইণ্ডিয়া(আশাইণ্ডিয়া) বিজয়ীসকলৰ নাম ঘোষণা কৰিব৷ তেওঁ সেই অনুষ্ঠান প্রধানমন্ত্রী আৱাস যোজনা(নগৰ) অভিযানৰ শ্রেষ্ঠ কাৰ বাবে বার্ষিক পুৰস্কাৰ প্রদানো কৰিব।

প্রধানমন্ত্রীয়ে অনুষ্ঠান ভাৰতীয় আৱাসৰ বাবে নতুন, সুলভ বৈধ পদ্ধতিত গৱেষণা, উদ্ভাআৰু প্রযুক্তিৰ বাবে ৰীতিচার্টিফিকেট কৰ্চৰ বিষয়ে তথ্য প্রকাশ কৰিব। জিএইচটিচিইণ্ডিয়াৰ জৰিয়তে ৫৪টা বিভিন্ন উদ্ভানমূলক আৱাস নির্মাণ প্রযুক্তি চিহ্নিত কৰা হৈছে। এই অনুষ্ঠান আৱাস আৰু নগৰোন্নয়ন বিভাগ(স্বতন্ত্ৰ দায়িত্ব)ৰাজ্যিক মন্ত্ৰীৰ উপৰি ত্রিপুৰা, ঝাড়খণ্ড, উত্তৰপ্রদেশ, মধ্যপ্রদেশ, গুজৰাট, তামিলনাডু আৰু অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রীসকল উপস্থিত থাকিব৷

লাইট হাউছ প্রকল্পঃ

লাইট হাউছ প্রকল্প, অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় মানৰ প্রযুক্তি, সঁজুলি আৰু পদ্ধতিৰ ব্যৱহাৰ কৰি নির্মাণ কৰা হয়৷ দেশ প্রথমবাৰলৈ এনে বৃহৎ প্রকল্প ৰূপায়ণ কৰা ব। গৃহ নির্মাণ খণ্ডতৰ্বাংগীন উদ্ভানমূলক প্রযুক্তি গ্রহণ কৰি জিএইচটিচিইণ্ডিয়াৰ অধীনত এই প্রকল্প ৰূপায়ণ কৰা হব। লাইট হাউছ প্রকল্প মধ্যপ্রদেশৰ ইন্দো, গুজৰাটৰ ৰাজকোট, তামিলনাডুৰ চেন্নাই, ঝাণ্ডৰাঁচী, ত্রিপুৰাৰ আগৰতলা আৰু উত্তৰপ্রদেশৰ লক্ষ্মৌ নিৰ্মাণ কৰাব। প্রতিখন হৰ উন্নত আন্তঃগাঁথনিৰে ১০০০টা ঘৰ নির্মাণ কৰা হব। এই প্ৰকল্প উন্নত সঁজুলিৰে ১২ মা ভিতৰত গৃহ নির্মাণ কৰা হব। ইটা, বালি, চিমেণ্টেৰেধৰণৰ ঘৰ নির্মাণ বহু সময়ত প্ৰয়োজন হয়৷ লাইট হাউছ প্ৰকল্পৰে নির্মিত ঘৰসমূহ আর্থিক দিশত ৰাহি, বহনক্ষম, উন্নতমানৰ আৰু স্থায়ীব।

এই প্ৰকল্পৰ সহায়ত ইন্দোৰ প্রি-ফ্ৰেব্রিকেটেড ছেণ্ডুইচ পেনেল ছিষ্টে, ৰাজকোট মনোলিথিক কংক্রিট কনষ্ট্ৰাশ্যন ব্যহাৰ কৰি সুৰংগ পদ্ধতিত, চেন্নাই প্রিকাষ্ট কংক্রিট কনষ্ট্ৰাশ্যন ব্যস্থা, ৰাঁচীত ত্রিমাত্রিক ভলিউমেট্রিক প্রিকাষ্ট কংক্রিট কনষ্ট্ৰাকশ্যনজৰিয়তে, আগৰতলা গাঁছনিগত ষ্টিল ফ্রেমসহ পাতলীয়া তীখাৰে ইনফিল পেনেলৰ সহায়ত আৰু লক্ষ্মৌ পিভিচি উপাদানৰ জৰিয়তে বিভিন্ন প্রযুক্তি ব্যৱহাৰ কৰি এই নির্মাণ কাৰ্য সম্পূৰ্ণ কৰা হব। এই প্ৰকল্প প্রযুক্তি হস্তান্তৰৰ বাবে বিভিন্ন পৰীক্ষাগাৰৰ সহা লোৱাব। প্ৰকল্পৰ পৰিকল্পনা, ইয়াৰূপায়ণৰ বাবে ব্যহৃত সৰঞ্জামৰ উৎপাদন, নির্মাণ প্রক্রিয়া আৰু উৎপাদিত সামগ্রীৰ গুণমান পৰীক্ষাৰ বাবে বিভিন্ন আইআইটি, এনআইটি, অভিযান্ত্ৰিক মহাবিদ্যালয়, প্লেনিং আৰু আর্কিটেকচাৰ কলেজ, নির্মাণ কাৰ্যৰ পেশাদাৰী ব্যক্তি আৰু ৰাষ্ট্ৰীয়কৃত তথা বেৰকাৰী সংস্থা জড়িত থাকিব৷

আশা-ইণ্ডিয়া

ৱিষ্যতৰ সম্ভানাপূৰ্ণ প্রযুক্তিক সহাৰিবলৈ, দেশৰ বিভিন্ন গৱেষণা আৰু শিল্প দ্যোগক উৎসাহিত কৰাৰ বাবে আশা-ইণ্ডিয়া প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছিল। এই প্ৰকল্প ৫টা আশা ইণ্ডিয়া কেন্দ্রৱেষণা, উদ্ভাআৰু শিল্প দ্যোগ সহা কৰে। প্রধানমন্ত্রীয়ে অনুষ্ঠান সম্ভানাপূৰ্ণ প্রযুক্তিৰ উদ্ভাসকলৰ নাম ঘোষণা কৰিব। তৰুণ উদ্ভাক শিল্প-দ্যোগীসকলে এই উদ্যোগৰ জৰিয়তে প্রযুক্তি, পদ্ধতি আৰু বিভিন্ন সৰঞ্জাম চিনাক্ত কৰিব।

পিএমএৱা(ইউ) অভিযা

২০২২ চনভিতৰত সকলোৰে বাবে আৱাস প্ৰকল্পৰ ৰূপায়ণত পিএমএৱাইউ অভিযানৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, হৰৰ স্থানীয় প্রশাসন আৰু হিতাধিকাৰীসকলৰ এই প্ৰকল্প অনবদ্য কাৰ স্বীকৃতিৰ বাবে আৱাস আৰু নগৰ ন্নয়ন মন্ত্ৰালয়ে প্রতি বছৰ বঁটা প্ৰদান কৰি আহিছে৷ এই অনুষ্ঠান পুৰস্কাৰ বিজয়ীসকলক সম্বৰ্ধনা জনোৱাব।

 

*****

DS /AKJ/DB



(Release ID: 1685249) Visitor Counter : 207