প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰৰ সকলো নাগৰিকৰ বাবে ২৬ ডিচেম্বৰত আয়ুষ্মান ভাৰত পিএম-জেএৱাই ছেহত আঁচনিৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে

प्रविष्टि तिथि: 24 DEC 2020 6:13PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো নাগৰিকৰ বাবে ভিডি কনফাৰেন্সযোগে ২৬ ডিচেম্বৰৰ দুপৰীয়া ১২বজাত আয়ুষ্মান ভাৰত পিএম-জেএৱাই ছেহত আঁচনিশুভাৰম্ভ কৰিব সকলো সম্প্রদায় আৰুকলো নাগৰিকৰ মাজত উন্নত মানৰ স্বাস্থ্য সেৱা সুনিশ্চিত কৰা আৰু চিকিৎসাৰ বাবে আর্থিক ক্ষতিশংকা হ্ৰাস কৰাৰ বাবে এই সার্বজনীন স্বাস্থ্য বীমা আঁচনিশুভাৰম্ভ কৰা হ এই অনুষ্ঠান কেন্দ্রীয় গৃহমন্ত্রী আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালো উপস্থিত থাকিব৷

 

এই আঁচনিৰ জৰিয়তে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো নাগৰিকৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্যবীমাৰ সুযোগ প্ৰদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে প্রত্যেক পৰিয়ালৰ বাবে ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ফলত পিএম-জেএৱাই আঁচনিয়ে প্ৰায় ১৫ লাখ অতিৰিক্ত পৰিয়ালক সামৰি ল’ব৷ এই আঁচনিয়ে সামৰি লোৱা ব্যক্তিসকলে দেশৰ যিকোনো স্থানত স্বাস্থ্যসেৱা লাভ কৰিব৷ পিএম-জেএৱাই আঁচনিত তালিকাভুক্ত হাস্পতালসমূহত এই সেৱা লাভ কৰিব৷

সার্বজনীন স্বাস্থ্য বীমাৰ বাবেঃ

গুৰুত্বপূর্ণ তথা উন্নত মানৰ স্বাস্থ্যসেৱা যাতে সকলো নাগৰিকে লাভ কৰে তাৰ বাবেই এই সার্বজনীন স্বাস্থ্য বীমা আৰম্ভ কৰা হৈছে৷ ইয়াজৰিয়তে চিকিৎসা, পুনৰ সংস্থাপন আৰু কোনো ব্যক্তি হাস্পতালত ভর্তি হলে হাস্পতালত তেওঁচিকিৎসা সুনিশ্চিত কৰা হ চিকিৎসা কৰোৱাৰ সময় স্বাস্থ্য সেৱাৰ বাবে জনসাধাৰণে যাতে আর্থিক সংকটসন্মুখীন য় আৰু চিকিৎসাৰ বাবে কোনেও যাতে দাৰিদ্র্যৰ বলি নহয়, সেয়া সুনিশ্চিত কৰাটোৱেই এই আঁচনিৰ মূল উদ্দেশ্য আয়ুষ্মান ভাৰত আঁচনিৰ দুটা স্তম্ভ ছে স্বাস্থ্য কেন্দ্র আৰু প্রধানমন্ত্রী জন আৰোগ্য যোজনা-যাৰ জৰিয়তে সার্বজনীন স্বাস্থ্যসেৱা সুনিশ্চিত কৰা হ

.

 

****

DS/SH/DB


(रिलीज़ आईडी: 1684607) आगंतुक पटल : 273
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam