প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ দ্ৰুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছে
Posted On:
17 DEC 2020 7:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মিঃ ইমানুৱেল মেক্ৰনৰ দ্ৰুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কভিড-১৯ত আক্ৰান্ত হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘মোৰ প্ৰিয় বন্ধু ইমানুৱেল মেক্ৰনৰ দ্ৰুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছোঁ।’
**********
DS/VJ/KG
(Release ID: 1681658)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam