প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-বাংলাদেশ ভার্চুৱেল সম্মিলনত স্বাক্ষৰিত বুজাবুজি পত্র/চুক্তিৰ তালিকা

পোষ্ট কৰা হৈছে: 17 DEC 2020 3:23PM by PIB Guwahati

 

ক্ৰমিক নং

বুজাবুজি পত্ৰ/চুক্তি

ভাৰতৰ পক্ষত স্বাক্ষৰকাৰী

বাংলাদেশৰ পক্ষত স্বাক্ষৰকাৰী

হাইড্রকার্বন খণ্ডত সহযোগিতা বাবে বুজাবুজিৰ  কাঠামো নির্মাণ

বাংলাদেশ নিযুক্ত ভা উচ্চায়ুক্ত

শক্তি আৰু খনিজ সম্পদ দপ্তৰৰ অতিৰিক্ত সচিব (উন্নয়ন)

স্থানীয় প্রশাসন আৰু অন্যান্য চৰকাৰী প্রতিষ্ঠান জৰিয়তে হাই ইম্প্যক্ট কমিউনিটি ডেভলপমেন্ট প্রজেক্টসমূহ বাস্তৱায়ন বাবে ভা অর্থসাহায্য সংক্রান্তীয় বুজাবুজি পত্র

বাংলাদেশ নিযুক্ত ভা উচ্চায়ুক্ত

আর্থিক সম্পর্ক বিভাগৰ সচিব

সীমান্ত দুয়োপাৰে হাত সংক্ষণ বাবে প্রটকল

বাংলাদেশ নিযুক্ত ভা উচ্চায়ুক্ত

ৰিৱে, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ সচিব


ৰিশাল পৌৰ নিগম লামচৰিত আৱৰ্জনা আৰু কঠিন বর্জ্য জমা ৰা স্থানত প্রয়োজনীয় যন্ত্রপাতি ৰবৰা সংক্রান্তীয়

বুজাবুজি পত্র স্বাক্ষ
 

বাংলাদেশ নিযুক্ত ভা উচ্চায়ুক্ত

) আর্থিক সম্পর্ক দপ্তৰৰ সচিব

) ৰিশাল পৌৰ নিগম মেয়ৰ

 

কৃষি ক্ষেত্র সহযোগিতা সংক্রান্তীয় বুজাবুজি পত্র

বাংলাদেশ নিযুক্ত ভা উচ্চায়ুক্ত

বাংলাদেশ কৃষি গৱেষণা পৰিষদ এক্সিকিউটিভ চেয়া

বাংলাদেশ ঢাকা জাতি জনক ংগবন্ধু ্বে মুজিবুৰ হমান

স্মা সংগ্রহালয় আৰু ভাৰতৰ নতুন দিল্লী ৰাষ্ট্ৰীয় সংগ্রহালয়ৰ মাজত

বুজাবুজিপত্র

বাংলাদেশ নিযুক্ত ভা উচ্চায়ুক্ত

ঢাকা জাতি জনক বংগবন্ধু শ্বেখ মুজিবু হমান স্মাক সংগ্রহালয়ৰ কিউৰেটৰ

ভা-বাংলাদেশ মুখ্য কার্যবাহী বিষয়াসকলৰ ফৰামৰ

বাবে নীতি-নির্দেশনা গঠন

উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ৰ বাণিজ্য সচিব

বাণিজ্য মন্ত্রালয়ৰ সচিব

 

 

 ************

DS/AKP/SH/KG


(ৰিলিজ আই ডি : 1681656) অতিথি কক্ষ : 281