প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিদ্যাৱাস্পতী বান্নাঁজী গোবিন্দাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
13 DEC 2020 5:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যাৱাস্পতী বান্নাঁজী গোবিন্দাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,"বিদ্যাৱাস্পতী বান্নাঁজী গোবিন্দাচাৰ্যক সাহিত্যৰ প্ৰতি তেওঁৰ মহান অৱদানৰ বাবে সকলোৱে স্মৰণ কৰিব। সংস্কৃত আৰু কানাড়াৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰশংসনীয় আছিল। তেওঁৰ কৰ্মৰাজিয়ে ভৱিষ্যত প্ৰজন্মক প্ৰভাৱিত কৰি যাব। তেওঁৰ বিয়োগত মই মৰ্মাহত। তেওঁৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি।"
***
DS/SH/MS
(ৰিলিজ আই ডি : 1680497)
অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam