জল শক্তি মন্ত্ৰালয়

ৰাষ্ট্ৰীয় জল বঁটা-২০২০ৰ বাবে আবেদন আহ্বান জল শক্তি মন্ত্রালয়ৰ

আবেদন পত্ৰ পূৰণৰ অন্তিম দিন ১০ ফেব্ৰুৱাৰী,২০২১

Posted On: 09 DEC 2020 4:21PM by PIB Guwahati

জলসম্পদ ব্যস্থাপনাৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰা ব্যক্তি তথা সংস্থাক উত্সাহিত কৰা আৰু স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ জল সম্পদ, নদী বিকাশ তথা গংগা সংৰক্ষণ বিভাগে ৰাষ্ট্ৰীয় জল বঁটা ২০২০ বাবে আবেদন পত্র আহ্বান কৰিছে। মুঠ ১১ ট বিভাগ এই বঁটা প্ৰদান কৰা ’ব।

বিভাগসমূহ হৈছে

১) শ্ৰেষ্ঠ ৰাজ্য।

২) শ্ৰেষ্ঠিলা (পাঁচট মণ্ডলত দুটাকৈ মুঠহটা বঁটািয়া হ’ব)

৩) শ্ৰেষ্ঠ গাঁও পঞ্চায়ত (পাঁচট মণ্ডলত াকৈ মুঠ ১৫টা বঁটািয়া হ’ব)

৪) শ্ৰেষ্ঠ পৌসভা

৫) শ্ৰেষ্ঠ প্রচা মাধ্যম (সংবাদপত্র আৰু বৈদ্যুতিন প্রচা মাধ্যম)

৬) শ্ৰেষ্ঠ বিদ্যালয়

৭) শ্ৰেষ্ঠ প্রতিষ্ঠান

৮) শ্ৰেষ্ঠ উদ্যোগ

৯) শ্ৰেষ্ঠ এনজি

১০) শ্ৰেষ্ঠ জল ব্যহাকাৰী সংগঠন

আৰু ১১) চিএছআৰ কাৰ্যকলাপৰ বাবে শ্ৰেষ্ঠ উদ্যোগ

 

শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শাখাত বঁটাসমূহ উত্তৰ, দক্ষিণ, পূৱ, পশ্চিম আৰু উত্তৰ-পূৱৰ বাবে পৃথককৈ দিয়া হ’ব।

 

মুঠ ১১টা বিভাগ ৫২ ট বঁটা প্ৰদান কৰা’ব।

 

শ্ৰেষ্ঠ ৰাজ্য আৰুিলা বাহিৰে বাক ৯টা শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় বঁটা হিচাপে দুাখ, ডেৰ লাখ আৰু এক লাখ টকা দিয়া হ’ব।

 

আবেদন পত্র জমা দিয়া অন্তিম দিন ১০ ফেব্রুৱাৰী,২০২১।

 

আবেদন পত্র জমা দি লাগিব মাই গভ প্লটফর্ম ৱেবছাইট নাইবা চেণ্ট্ৰল গ্রাউণ্ড ৱাটাৰ বর্ড ইমেইল আইডিত। কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ’ব।

   

 *********

BY/MG/AS /KG



(Release ID: 1679644) Visitor Counter : 125