প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লাক্ষাদ্বীপৰ এডমিনিষ্ট্ৰেটৰ দিনেশ্বৰ শৰ্মাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 04 DEC 2020 4:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপৰ এডমিনিষ্ট্ৰেটৰ দিনেশ্বৰ শৰ্মাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

 

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ''লাক্ষাদ্বীপৰ এডমিনিষ্ট্ৰেটৰ শ্ৰী দিনেশ্বৰ শৰ্মা জীয়ে ভাৰতৰ শান্তি ৰক্ষা আৰু নিৰাপত্তাৰ পৰিসৰত দীৰ্ঘস্থায়ী অৰিহণা যোগাইছে। তেওঁৰ শান্তি ৰক্ষাৰ কেৰিয়াৰত তেওঁ বহুতো সংবেদনশীল সন্ত্ৰাস প্ৰতিৰোধ আৰু বিদ্ৰোহৰে মোকাবিলা কৰিছিল। তেওঁৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো। ঔম শান্তি।''

*****

DS/SH


(ৰিলিজ আই ডি : 1678467) অতিথি কক্ষ : 161