প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৌ সেনা দিৱসত ভাৰতীয় নৌ সেনাক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
04 DEC 2020 9:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৌ সেনা দিৱস উপলক্ষে ভাৰতীয় নৌ সেনাৰ বিষয়া-জোৱানসকলক শুভেচ্ছা জনাইছে।
“আমাৰ সকলো নৌ সেনাৰ নিৰ্ভীক বিষয়া-জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ নৌ সেনা দিৱসৰ শুভেচ্ছা জনালো। ভাৰতীয় নৌ সেনাই নিৰ্ভীকতাৰে আমাৰ উপকূলসমূহ সুৰক্ষিত কৰি আৰু তদুপৰি প্ৰয়োজনৰ সময়ত মানৱীয় দৃষ্টিভংগীৰে সহায় আগবঢ়াই আহিছে। আমি তদুপৰি শতিকা পুৰণি ভাৰতৰ সম্ভ্ৰান্ত সামুদ্ৰিক ঐতিহ্যক স্মৰণ কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
*****
DS/ VJ/SB
(रिलीज़ आईडी: 1678453)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam