প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্প উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে

দশক দশক ধৰি কৰি অহা ছলনাই কৃষকক আতংকিত কৰিছে, কিন্তু এতিয়া কোনো ছলনা নাই, গংগাজলৰ দৰে পৰিস্কাৰ উদ্দেশ্য লৈ কাম কৰা হৈছেঃ প্রধানমন্ত্রী

নতুন কৃষি সংস্কাৰ নীতিয়ে কৃষকসকলক নতুন সুযোগ আৰু আইনী সুৰক্ষা প্ৰদান কৰিছে আৰু একে সময়তে পুৰণি ব্যৱস্থাৰ মাজত চলিব বিচৰাসকলৰ বাবে পুৰণি ব্যৱস্থাও অব্যাহত থাকিব: প্রধানমন্ত্রী

চৰকাৰে মাণ্ডি আৰু এমএছপি ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিছে: প্রধানমন্ত্রী

Posted On: 30 NOV 2020 4:24PM by PIB Guwahati

বাৰাণসীত আজি ১৯ নম্ব ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়েেওঁৰ ভাষণ কয়, কাশী সংযোগ ব্যস্থা উন্নত কৰা আৰু ইয়াৰ সৌন্দর্যবৰ্দ্ধনৰ বাবে বিগত সময়ত কৰা প্ৰয়াসৰ ফলাফল আজি দেখা পোৱা গৈছে। বাৰাণসী আৰু ইয়াৰ চাৰিওফালৰ যান-ৰ সমস্যা লাঘৱ কৰাৰ বাবে নতুন ৰাজপথ, ফ্লাইভা নিৰ্মাণৰ লগতে পথ সম্প্রসাৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম কৰা হৈছে।

 

প্রধানমন্ত্রীয়ে কয়, আধুনিক যোগাযোগ ব্যস্থা ফল আমাৰ কৃষকসকল ব্যাপকভাৱে উপকৃত হ’ব। তেওঁ কয়, বছৰ বছৰৰি শীতল ভৱন নিৰ্মাণৰ দৰে আন্তঃগাঁথনি উন্নয়ন সাধনৰ লগতে আধুনিক পথ নিৰ্মাণসহ বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰা হৈছেইয়াৰ বাবে এক লাখ কোটি টকা এটি পুঁজি গঠন কৰাছে।

 

চৰকাৰী প্ৰচেষ্টা আৰু আধুনিক আন্তঃগাঁথনিৰ ফলত কৃষকসকল কিদৰে উপকৃত হৈছে তাৰ উদাহৰণ দাঙি ধৰে প্রধানমন্ত্রীয়ে তেওঁ কয়, কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে দুবছ আগেয়ে চান্দাউলিত কলা ধানপাদন আৰম্ভ কৰাছিল। যোৱা বছ প্রায় ৪০০ গৰাকী কৃষকক লৈ এখন কৃষক কমিটি গঠন কৰা হয় আৰু খাৰিফ ঋতুত ৰোপণৰ বাবে এই ধান প্ৰদান কৰা হয়। কৃষকসকলে ’ত সাধাণ চাকেজিত ৩৫ৰ পৰা ৪০ টকা দৰত বিক্রৰে তেনেক্ষেত্ৰত লা চাকেজিত তিনিশ টকা  দৰত বিক্রৈছেকেৱল সেয়াইয়, প্রথমবাৰৰ বাবে এই চাল ৮০০ টকা কেজি দৰত অস্ট্রেলিয়ালৈ প্তানি কৰাছে।

 

 

প্রধানমন্ত্রীয়ে কয়, ভা কৃষি সামগ্ৰী সমগ্ৰ বিশ্বজুৰি বিখ্যাততেওঁ প্ৰশ্ন কৰে যে কৃষকসকলে কিয় এই ডাঙৰ বজাৰ আৰু উচ্চ মূল্যৰ সুবিধা গ্ৰহণ নকৰে। তেওঁ কয়, নতুন কৃষি সংস্কা নীতিয়ে কৃষকসকলক নতুন বিকল্প আৰু নতুন আইনী সুৰক্ষা প্ৰদান কৰিছে আৰু একে সময়তে যদি কোনোবাই ইয়াৰ সৈতে থাকিবলৈ বাছনি কৰে তেনেহলে পুৰণি ব্যৱস্থাটোও অব্যাহত আছে। কিষান মান্ডি বাহিৰত কোনোধৰণৰ আদান-প্রদান হলে ক্ষুদ্র কৃষকসকলেতিয়া তা বিৰুদ্ধে আইন ব্যস্থা গ্ৰহণ কৰিব পাৰিব

 

প্রধানমন্ত্রীয়ে কয়, চৰকাৰে নীতি, আইন আৰু বিধি প্ৰস্তুতৰিছে। এ ক্ষেত্ৰত তেওঁ বিৰোধী সমালোচনা কৰি কয়, কৃষকসকলৰাজত অহেতুক বিভ্রান্তিৰ সৃষ্টি কৰাৈছেতেওঁ কয় যে এইসকল সেই একেই লোক যিয়ে দশক দশক ধৰি কৃষকসকলক ঠগ-বিৰক্ত কৰি আহিছে।

 

পৰম্পৰাগতভাৱে অব্যাহত এমএছপি ব্যৱস্থাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে প্ৰতি বাৰে এমএছপিত সামান্য বৃদ্ধি কৰা হয় যদিও নূন্যতম সমৰ্থন মূল্যত ক্ৰয় বহুত কম হয়। এই পৰম্পৰা বছৰ বছৰ ধৰি অব্যাহত আছে। কৃষকসকলৰ নামত ঋণ মাফৰ বিভিন্ন ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰা, কিন্তু সেয়া ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ কা পর্যন্ত গৈ নাপায়তেওঁ আৰু কয় যে কৃষকসকলৰ নামত ডাঙৰ ডাঙৰ আঁচনি ঘোষণা কৰায় কিন্তু পূৰ্বৰ শাসকসকলে নিজেই বিশ্বাস কৰে যে এক টকামাত্র ১৫পইচাহে কৃষক লাভ কৰে, যি হৈছে আঁচনিৰ নামত প্ৰৱঞ্চনা

 

প্রধানমন্ত্রীয়ে কয় যে যেতিয়া ইতিহাস প্ৰতাৰণাৰে পৰিপূৰ্ণ হয় তেতিয়া দুটা কথা স্বাভাৱিক। প্ৰথমটো হৈছে দশক দশক ধৰি পূৰ্বৰ চৰকাৰসমূহে প্ৰতিশ্ৰুতিৰ নামত কৃষকসকলক প্ৰতাৰণা কৰি আহিছে। দ্বিতীয়টো হল দিয়া প্ৰতিশ্ৰুতিসমূহ ভংগ কৰা আৰু অপপ্ৰচাৰ কৰাটো তেওঁলোকৰ বাবে অনিবাৰ্য হৈ পৰিছিল, যিটো পূৰ্বতে আছিল। তেওঁ কয় যেতিয়া এই চৰকাৰসমূহৰ ট্ৰেক ৰেকৰ্ডলৈ লক্ষ্য কৰা যায় তেতিয়া সকলো নিজে নিজে চকুৰ আগত ধৰা দিব। তেওঁ কয় যে চৰকাৰে ইউৰিয়াৰ কলা বজাৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেয়া কৰি দেখুৱাইছে। কৃষকসকলেতিয়া যথেষ্ট পৰিমাণে ইউৰিয়া লাভ কৰিছেতেওঁ কয় যে চৰকাৰে স্বামীনাথন আয়োগৰ ছুপাৰিমানি লৈ ন্যূনতম সহায়ক মূল্যৰিমাণ আগ তুলনাত প্রায় ডেৰ গুণ বৃদ্ধি কৰিছে। এই প্ৰতিশ্ৰুতি কেৱল কাগজতে পূৰণ কৰা নাই, কৃষকৰ বেংক একাউণ্টত  পূৰণ হৈছে।

 

প্রধানমন্ত্রীয়ে কয়, ২০১৪ চনৰ পূৰ্বলৈকে কৃষকসকলৰ পৰা ৫বছৰত ৬.৫ কোটি টকা দাইল সংগ্রহ কৰা হৈছিলকিন্তু পৰৱৰ্তী পাঁচ বছৰত ইয়াৰৰিমাণ বৃদ্ধি ৪৯ হাজা কোটি টকা হৈছে, যি ৭৫গুণ অধিক। ২০১৪ চনৰ পূর্ব ৫ বছৰত ২ লাখ কোটি টকাৰ ধান ক্ৰয় কৰা হৈছিল। কিন্তু পৰৱৰ্তী পাঁচ বছৰত কৃষকসকলৰ পৰা আমি ৫ লাখ কোটি টকাধান ক্ৰয় কৰিছোঁ এমএছপিত, যি প্ৰায় আঢ়ৈগুণ অধিক আৰু এই ধন কৃষকৰ ওচৰলৈ গৈছে। তেওঁ কয় যে ২০১৪ৰ পূৰ্বৰ ৫ বছৰত ডেৰ লাখ কোটিৰ ঘেঁহু ক্ৰয় কৰা গৈছে। পৰৱৰ্তী ৫বছৰত ঘেঁহু কৃষকে ৩লাখ টকা লাভ কৰিছে, অৰ্থাত্ প্ৰায় দুগুণ। তেওঁ প্ৰশ্ন কৰে যে চৰকাৰৰ উদ্দেশ্য যদিহে এমএছপি আৰু মাণ্ডি ব্যৱস্থাক ভাঙি পেলোৱাই আছিল তেতিয়াহলে চৰকাৰে ইমান অধিক ব্যয়  কিয় তৰিব। তেওঁ জোৰ দিছিল যে চৰকাৰে মাণডিসমূহৰ আধুনিকীকৰণৰ ওপৰত কোটি কোটি টকা খৰচ কৰি আছে।

 

বিৰোধী কঠো সমালোচনা কৰি প্রধানমন্ত্রীয়ে কয়, এইসকল লোকেই প্রধানমন্ত্রী কিষান সন্মান নিধি ওপৰত প্ৰশ্ন উথ্থাপন কৰিছিল, উৰা বাতৰি বিয়পাইছিল যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই ধন দিয়া হৈছে আৰু নিৰ্বাচনৰ পিছত ধনখিনি সুদসহ ঘূৰাই দিব লাগিব। তেওঁ কয় যে িমূহ ৰাজ্য বিৰোধী দল চৰকাৰ আছে তেওঁলোকে ৰাজনৈতিক স্বার্থ কৃষকসকলক এই আঁচনিৰ সুযোগ গ্রহণ কৰিবলৈ নিদি তেওঁলোকক বঞ্চিত কৰিছে। তেওঁ কয় এই আঁচনিৰ জৰিয়তে ১০ কোটি কৃষক পৰিয়ালক প্ৰত্যক্ষভাৱেেং জৰিয়তে ধন প্ৰদান কৰাৈছে। এতিয়ালৈকে এক লাখ কোটি টকা কৃষকসকলৰ বাবে ব্যয় কৰাছে।

 

প্রধানমন্ত্রীয়ে কয়, কেইবা দশকৰ ছলনাই কৃষকসকলক আতংকিত কৰিছে, কিন্তু এতিয়া কোনো ছলনা নহয়। গংগাজলৰ দৰে পৰিস্কাৰ উদ্দেশ্যৰে কাম কৰা হৈছে। তেওঁ উল্লেখ কৰে যে যিসকল লোকে নিজ স্বাৰ্থৰ বাবে উৰাবাতৰি বিয়পাইছে সেইসকলৰ সত্যতা দেশৰ সন্মুখত প্ৰতিনিয়ত ধৰা পৰিছে। কৃষকসকলে যেতিয়া তেওঁলোকৰ মিছা বুজি পাব তেতিয়া তেওঁলোকে আন এক বিষয় লৈ লব আৰু তাৰ ওপৰত মিছা কোৱা আৰম্ভ কৰিব। তেওঁ কয় যে চৰকাৰে নিৰন্তৰভাৱে কৃষক, কৃষক পৰিয়ালসমূহক উত্তৰ দি আহিছে যিসকলৰ যিকোনো ধৰণৰ শংকা বা ভয় আছে। তেওঁ আত্মবিশ্বাস ব্যক্ত কৰে যে যিসকল কৃষকে আজি কৃষি সংস্কাৰ লৈ সংশয় পোষণ কৰিছে তেওঁলোকে ভৱিষ্যতে এই কৃষি সংস্কাৰৰ সুযোগ গ্ৰহণ কৰিব আৰু আয় বৃদ্ধি কৰিব।

 

 ********

DS/AK/KG



(Release ID: 1677283) Visitor Counter : 167