প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডিয়েগ’ মাৰাডোনাৰ বিয়োগত প্রধানমন্ত্রীৰ শোক

प्रविष्टि तिथि: 26 NOV 2020 9:50AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ডিয়েগ মাৰাডোনাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷

এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “ডিয়েগ মাৰাডোনা আছিল ফুটবলৰ ৰচয়িতা, যিজনে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। খেলুৱৈ জীৱনত তেওঁ আমা খেলৰ কেতবোৰ বিশেষ মুহূর্ত উপহাৰ দিছিল৷ তেওঁৰ অকাল বিয়োগত মই মৰ্মাহত হৈছো৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1676230) आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam