প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঘূৰ্ণীবতাহ নিভাৰৰ ফলত সৃষ্টি হ’বলগীয়া পৰিস্থিতিৰ সন্দৰ্ভত তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 NOV 2020 11:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰ্ণীবতাহ নিভাৰৰ ফলত সৃষ্টি হ’বলগীয়া পৰিস্থিতিৰ সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পড়ী কে. পালানীস্বামী আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী ভি নাৰায়ণাস্বামীৰ সৈতে কথা পাতে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, তামিলনাড়ু মুখ্যমন্ত্রী শ্রী @EPSTamilNadu আৰু পুডুচেৰী মূখ্যমন্ত্রী শ্রী @VNarayanasami সৈতে ঘূৰ্ণীবতাহ নিভাৰৰ সম্ভাৱ্য ৰিস্থিতিক লৈ কথা পাতো৷ কেন্দ্র ফালৰ পৰা ৰাজ্য দুখনক সম্ভাৱ্য সকলোধৰণৰ হায়ৰ আশ্বাস দিছো৷ প্রভাৱিত এলেকা বাসিন্দাসকলৰ সুক্ষা আৰু কল্যাণ বাবে প্রার্থনা জনাইছো

***

DS/SH/DB



(Release ID: 1675475) Visitor Counter : 149