প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গোৱাৰ প্রাক্তন ৰাজ্যপাল শ্রীমতী মৃদুলা সিনহাৰ বিয়োগত প্রধানমন্ত্রীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
18 NOV 2020 5:32PM by PIB Guwahati
গোৱাৰ প্রাক্তন ৰাজ্যপাল শ্রীমতী মৃদুলা সিনহাৰ বিয়োগত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে শোক প্রকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, “শ্রীমতী মৃদুলা সিনহাজী জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৱলীৰ বাবে সকলোৱে স্মৰণ কৰিব৷ তেওঁ আছিল এগৰাকী বিখ্যাত লেখিকা, যিগৰাকীয়ে সাহিত্য আৰু সংস্কৃতি জগতত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁৰ বিয়োগত মই মর্মাহত হৈছো। তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকলৰ প্ৰতি সমবেদনা জনাইছো৷ ঔম শান্তি।”
***
DS/SH/DB
(रिलीज़ आईडी: 1673913)
आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam