প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বদোদৰাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
18 NOV 2020 10:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বদোদৰাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বদোদৰাত সংঘটিত দুৰ্ঘটনাক লৈ দুখিত হৈছো৷ যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ ঘটনাস্থলীত প্ৰশাসনে সম্ভাৱ্য সকলোধৰণৰ সাহায্য আগবঢ়াইছে৷”
*************
DS/SH/DB
(रिलीज़ आईडी: 1673907)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam