প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ধনতেৰেছ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 13 NOV 2020 8:46AM by PIB Guwahati

ধনতেৰছৰ পবিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। এক টুইট বাৰ্তাত তেওঁ কয় যে ধন্বন্তৰী প্ৰভুয়ে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্যৰ আশিস প্ৰদান কৰক।

***

DS/AK/KB


(रिलीज़ आईडी: 1672794) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam