প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফাডাৰ ভালেছৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
09 NOV 2020 5:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফাডাৰ ভালেছৰ বিয়োগত শোক প্ৰকাশ কৰে।
''ফাডাৰ ভালেছে নিজকে বহুতৰ বাবে স্নেহভাজন কৰি তুলিছিল, বিশেষকৈ গুজৰাটত। বিভিন্ন ক্ষেত্ৰ, যেনে গণিত আৰু গুজৰাটী সাহিত্যত তেওঁ নিজকে প্ৰখ্যাত কৰি তুলিছিল। তেওঁ সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰতো অনুভূতি প্ৰবন আছিল। তেওঁৰ বিয়োগত দুখিত হৈছো। তেওঁৰ আত্মাই শান্তিত জিৰাওক'', প্ৰধানমন্ত্ৰীয়ে কয়।
***
DS/SH
(रिलीज़ आईडी: 1671568)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam