আইন আৰু ন্যায় মন্ত্ৰালয়

ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি, ননী তাগিয়া আৰু মনীশ চৌধুৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে

प्रविष्टि तिथि: 06 NOV 2020 1:29PM by PIB Guwahati

ভাৰতৰ সংবিধানৰ ২১৭ নং অনুচ্ছেদৰ ধাৰা (i) -এ প্ৰদান কৰা শক্তি প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি, ন্যায়াধীশ ননী তাগিয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত  ন্যায়াধীশ মণীশ চৌধুৰীক তেওঁলোকৰ সংশ্লিষ্ট কাৰ্য্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে এই সন্দৰ্ভত ন্যায় বিভাগ,আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দ্বাৰা ৫নৱেম্বৰ,২০২০ত K-13018/02/2020-US.11 আৰু  K-13018/03/2020-US.2. নং অধিসূচনা  জাৰী কৰা হৈছে

 

 ******

RCJ/M/KG


(रिलीज़ आईडी: 1670881) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu