প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহমেদাবাদৰ গুদামত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 NOV 2020 5:23PM by PIB Guwahati
আহমেদাবাদৰ এটা গুদামত অগ্নিকাণ্ড সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘আহমেদাবাদৰ এটা গুদামত অগ্নিকাণ্ড সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত ব্যথিত হৈছোঁ। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জনাইছোঁ। আহতসকলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকললৈ সকলোধৰণৰ সম্ভাৱ্য সহায় আগবঢ়াই আছে।’
*******************************************************
VRRK/SH/KG
(ৰিলিজ আই ডি : 1670232)
অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam