স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

নিম্ন হাৰৰ চিকিৎসাধীন ৰোগীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ভাৰতে

ষষ্ঠ দিনৰ বাবে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৬লাখৰ তলত আছে

আৰোগ্যৰ হাৰ ৯২% অতিক্ৰম

Posted On: 04 NOV 2020 12:47PM by PIB Guwahati

প্ৰতিদিনে সৰ্বাধিক সংখ্যাৰ কভিড ৰোগীৰ আৰোগ্য হোৱাৰ ফলত মৃত্যুৰ হাৰ একেৰাহে হ্ৰাস পাই অহাৰ লগতে ভাৰতত চিকিসাধীন ৰোগীৰ নিম্নগামীতাও অক্ষুণ্ণ আছে৷ একেৰাহে ষষ্ঠ দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৬লাখৰ তলত আছে৷

আজিৰ দিনটোত ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা ,৩৩,৭৮৭জন হৈছে৷

বৰ্তমান দেশত মুল আক্ৰান্তৰ বিপৰীতে চিকিসাধীন ৰোগীৰ হাৰ .৪২% হৈছে৷

১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখ লোকৰ বিৰীতে আক্ৰান্তৰ সংখ্যা ৰাষ্ট্ৰীয় গড় হাৰতকৈ নিম্ন৷

WhatsApp Image 2020-11-04 at 10.22.47 AM.jpeg

দেশত এতিয়া চিকিসাধীন ৰোগীৰ সংখ্যা ৭৬.৫লাখলৈ বৃদ্ধি পাইছে৷ ইফালে, দেশৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯২.%লৈ উন্নীত হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৫৩,৩৫৭জন ৰোগী আৰো্গ্য হোৱাৰ বিপৰীতে ৪৬,২৫৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-11-04 at 10.43.04 AM.jpeg

১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক৷

WhatsApp Image 2020-11-04 at 10.43.14 AM.jpeg

দেশত নমূনা পৰীক্ষাৰ সক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে৷ দেশত সামূহিক পৰীক্ষাৰ ১১,২৯,৯৮,৯৫৯টা হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১২,০৯,৬০৯টা নমূনা পৰীক্ষা কৰা হৈছে৷

২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে নমূনা পৰীক্ষাৰ ৰাষ্ট্ৰীয় হাৰ উন্নত হৈছে৷

WhatsApp Image 2020-11-04 at 10.43.13 AM.jpeg

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালাত ৮,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

WhatsApp Image 2020-11-04 at 10.43.03 AM.jpeg

ইফালে, নতুনকৈ আক্ৰান্ত হোৱা লোকৰ ৭৬% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিক ,০০০ আৰু দিল্লী আৰু মহাৰাষ্ট্ৰত ,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-11-04 at 10.43.01 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ৫১৪জন ৰোগী ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮০% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ১২০ৰোগীৰ লগতে পশ্চিমবংগত ৫৯জন ৰোগীৰ মৃত্যু হৈছে৷ ভাৰতত ভিডৰ মৃত্যুৰ হাৰ .৪৯%লৈ নিম্নগামী হৈছে৷

WhatsApp Image 2020-11-04 at 10.43.02 AM.jpeg

২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখ লোকৰ বিপৰীতে মৃত্যুৰ হাৰ কম৷

WhatsApp Image 2020-11-04 at 10.43.09 AM.jpeg

****

MV/SJ



(Release ID: 1670050) Visitor Counter : 198