কয়লা মন্ত্ৰালয়

কয়লা খনিৰ বাণিজ্যিক নিলাম প্ৰক্ৰিয়াৰ দ্বিতীয় দিনাও উৎসাহ অব্যাহত

प्रविष्टि तिथि: 03 NOV 2020 5:53PM by PIB Guwahati

কয়লা খনিৰ বাণিজ্যিক নিলাম প্ৰক্ৰিয়াৰ দ্বিতীয় দিনাও উৎসাহ অব্যাহত আছে। দ্বিতীয় দিনা ৩ টা মধ্যপ্ৰদেশত আৰু ১ টা ঝাড়খণ্ডৰ কয়লাখনি নিলামৰ বাবে ৰখা হৈছিল। এই খনিবোৰত মুঠ ১ হাজাৰ ৮৫ মেট্ৰিক টন কয়লা সঞ্চিত আছে। পিক ৰেটেড কেপাচিটি অনুসৰি এই খনিবোৰৰ পৰা বছৰি ৯০ লাখ টন কয়লা উত্তোলন কৰা যাব। বৈদ্যুতিন নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰীসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখা গৈছে।

মধ্যপ্ৰদেশৰ বান্ধা খনিটো এনিল মাইনছ এণ্ড মিনাৰেল ৰিছ’ৰ্ছেছ লিমিটেড, ধিৰাওলি খনি ষ্ট্ৰেটাটেক মিনাৰেল ৰিৰ্ছোৰ্ছছ প্ৰাইভেড লিমিটেড, পশ্চিম সাহাপুৰ খনি সাৰদা এনাৰ্জী এণ্ড মিনাৰেল লিমিটেড আৰু ঝাড়খণ্ডৰ ব্ৰহ্মাডিহা খনি, দ্য অন্ধ্ৰপ্ৰদেশ মিনাৰেল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডে আবণ্টন পাইছে। বান্ধাৰ পৰা ৭৯৯.৮৪ কোটি টকা, ধিৰাওলিৰ পৰা ৩৯৮.২৭ কোটি টকা, সাহাপুৰ পশ্চিমৰ পৰা ১০৩.৮৩ 

 

*******

 

RJ/NG/RD


(रिलीज़ आईडी: 1669963) आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Tamil , Kannada