প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিয়েনাত সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 03 NOV 2020 11:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত সংঘটিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ঘটনাক গৰিহণা দিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, ভিয়েনাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস আক্ৰমণৰ ঘটনাক লৈ অতিশয় দুঃখিত হৈছো। এই শোকাকুল মুহূৰ্তত অষ্ট্ৰিয়াৰ কাষত থিয় দিছে ভাৰত। পীড়িতসকলৰ লগতে পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।

***

VRRK/SH /DB


(ৰিলিজ আই ডি : 1669730) অতিথি কক্ষ : 203