বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চিএছআইআৰ-চিডিআৰআইৰ বিজ্ঞানী ডঃ সতীশ মিশ্রলৈ নেশ্যনেল একাডেমি অৱ মেডিকেল ছায়েন্সেছ(ইণ্ডিয়া)ৰ ডঃ তুলসী দাস চুঘ বঁটা-২০২০

মেলেৰিয়া পৰজীৱিৰ জীৱন চক্ৰৰ ওপৰত কৰা গৱেষণাৰ স্বীকৃতিস্বৰূপে তেওঁলৈ আগবঢ়োৱা হৈছে এই বঁটা

प्रविष्टि तिथि: 28 OCT 2020 5:08PM by PIB Guwahati

্যকাডেমি অ মেডিকছায়েন্সে (ইণ্ডিয়া)- বঁটা বাছনি কমিটিয়ে লক্ষ্ণৌ চিআইআ-চিডিআআই- মলিকুলােৰাছাইট’লজি এণ্ড ইমিউন’লজিমুখ্য বিজ্ঞানী ডঃ সতীশ মিশ্রক এ বছৰৰ ডঃ তুলসী দাস চুঘ বঁটা দিয়াৰ কথা ঘোষণা কৰিছে। মলেৰিয়া যিজীৱিৰ কাণে হ থাকে সেই পজীৱিৰ জীনচক্র সন্দৰ্ভত ডঃ মিশ্রৱেষণা কৰিছিল। এই প্রক্রিয়াটঅত্যন্ত জটিল। ইয়াত দু জীৱই এই পজীৱিক আশ্রয় দিয়ে। পজীৱিৰ তিনি আক্রমণ পর্যায় থাকে। স্তন্যপায়ী প্রাণী আৰু উভয় ক্ষেত্রতেই এই আক্রমণ সুসংবদ্ধভাৱে বিন্যস্ত হোৱাৰ বাবে তা ফললেৰিয়া ’ব পাৰে। ডঃ মিশ্র সংক্রান্তীয়ৱেষণা স্বীকৃতি স্বৰূ তেওঁক এই বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

 

্যকাডেমি অ মেডিকছায়েন্সে (ইণ্ডিয়া)-এ চিকিসা আৰু সামাজিক দায়বদ্ধতা বাবে কাৰি আহিছে। এই প্রতিষ্ঠান ষধ আৰু বিজ্ঞান ক্ষেত্র ভাতীয় গৱেষকসকলৰ অভূতপূর্ব সাফল্য অর্জনক স্বীকৃতি প্ৰদান কৰে। ডঃ মিশ্রক ডঃ তুলসী দাস চুঘ বঁটাৰ সৈতে খন প্রশস্তিপত্র, স্মাক পদক আৰু নগদ ধন দিয়া’ব। একাডেমিৰ বাৰ্ষিক সন্মিলনত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব।

 

 ******

 


(रिलीज़ आईडी: 1668304) आगंतुक पटल : 264
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil , Kannada