ৰাষ্ট্ৰপতি সচিবালয়
জন্ম বাৰ্ষিকীত শ্ৰী কে আৰ নাৰায়ণনলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদিলে ৰাষ্ট্ৰপতিয়ে
प्रविष्टि तिथि:
27 OCT 2020 12:32PM by PIB Guwahati
দেশৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে আজি (২৭ অক্টোবৰ, ২০২০) জন্ম-বাৰ্ষিকী উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী কে আৰ নাৰায়ণনলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰী কোৱিন্দে ৰাষ্ট্ৰপতি ভৱনত থকা শ্ৰী কে আৰ নাৰায়ণনৰ প্ৰতিচ্ছবিত পুষ্প-মাল্য অৰ্পণ কৰাৰ লগতে ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া-বৰ্গয়ো শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

***
VRRK/KP/KB
(रिलीज़ आईडी: 1667786)
आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam