প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ একাংশ স্থানত বান আৰু প্ৰৱল বৃষ্টিপাতৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
16 OCT 2020 8:55PM by PIB Guwahati
মহাৰাষ্ট্ৰৰ একাংশ স্থানত বান আৰু প্ৰৱল বৃষ্টিপাতৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী উদ্ধৱ থাক্কেৰেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে।
"মহাৰাষ্ট্ৰৰ একাংশ স্থানত বান আৰু প্ৰৱল বৃষ্টিপাতৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাক্কেৰে জীৰে বাৰ্তালাপ কৰিছো। মই ইয়াত প্ৰভাৱিত হোৱা ভগ্নী আৰু ভাতৃসকলৰ সমভাগী হৈছো আৰু তেওঁলোকৰ আশু নিৰাপত্তাৰ প্ৰাৰ্থনা জনাইছো। অব্যাহত থকা উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানত কেন্দ্ৰৰ সহায়ৰ পুনৰ নিশ্চিতি প্ৰদান কৰা হৈছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
***
VRRK/SH/SB
(ৰিলিজ আই ডি : 1665578)
অতিথি কক্ষ : 178
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam