প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড৹ এপিজে আব্দুল কালামৰ প্ৰতি জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 15 OCT 2020 11:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এপিজে আব্দুল কালামৰ প্ৰতি আজি তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

 

প্ৰধানমন্ত্ৰীয়ে কয়, ''ড৹ কালামৰ প্ৰতি তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৰাষ্ট্ৰীয় বিকাশৰ প্ৰতি তেওঁৰ চিৰস্থায়ী অৰিহণা ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে, সেয়া এজন বিজ্ঞানী হিচাপেই হওক বা ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপেই হওক কোটি কোটি লোকক তেওঁৰ জীৱন যাত্ৰাই শক্তি প্ৰদান কৰে

 

 

 

*******

VRRK/KP



(Release ID: 1664717) Visitor Counter : 102