হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

স্বচ্ছতম ভাৰত, স্বাস্থ্যতম ভাৰত-স্বচ্ছ, স্বাস্থ্যকৰ ভাৰত গঢ়ি তোলাৰ শপত লোৱাৰ সময়ঃ হৰদীপ সিং পুৰী

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে উদযাপন কৰিলে স্বচ্ছ ভাৰতৰ ৬ গৌৰৱোজ্জল বৰ্ষ
‘স্বচ্ছতা কে ৬ ছাল, বেমিছাল’ শীৰ্ষক ৱেবিনাৰ সম্পন্ন
ইণ্টাৰেক্টিভ SBM-U পৰ্টেল ডকুমেণ্টিং কী লাৰ্ণিংছ মুকলি কৰিলে হৰদীপ পুৰীয়ে
আমাৰ ৯৯শতাংশ চহৰেই অডিএফ হৈছেঃ দুৰ্গা শংকৰ মিশ্ৰ
চাফাই কৰ্মীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰেডি ৰেকনাৰ মুকলি কৰা হৈছে
ইউএলবিসকলক তেওঁলোকৰ ৰাজহুৱা আৰু সমূহীয়া শৌচাগাৰ(পিটি/চিটি) অডিএফ+ নিৰ্মাণত সহায় কৰিবলৈ স্বচ্ছতা মাপক সঁজুলি মুকলি
৭৭শতাংশ ৱাৰ্ডত আৱৰ্জনাৰ উত্স পৃথকীকৰণ আছে আনহাতে সৃষ্টি হোৱা মুঠ আৱৰ্জনাৰ ৬৭শতাংশ প্ৰক্ৰিয়াকৰণ কৰা হৈছে-২০১৪ৰ ১৮শতাংশ প্ৰক্ৰিয়াকৰণৰ স্তৰৰ প্ৰায় ৪গুণ বৃদ্ধি পাইছে
স্বচ্ছ সৰ্বেক্ষণ ২০২০ত ১২কোটি নাগৰিকে অংশ লৈছে
স্বচ্ছতম ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ নতুন ৰূপৰেখা সৃষ্টিৰ বাবে ৰাজ্য/চহৰসমূহে বিগত ৬বছৰৰ অভিজ্ঞতা ভাগ-বতৰা কৰিছে

Posted On: 02 OCT 2020 3:26PM by PIB Guwahati

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী হৰদীপ সিং পুৰীয়ে কয় যে আজি আমি এছবিএম-ইউৰ ৬বছৰ পূৰ্ণ কৰিলোঁ। এতিয়া আমাৰ এক দৃঢ় সংকল্প লোৱাৰ সময় যাতে আমি সকলোৱে মিলি স্বচ্ছতম ভাৰত-এখন অধিক স্বচ্ছ ভাৰত, অধিক স্বাস্থ্যকৰ ভাৰতৰ বাবে কাম কৰিব পাৰোঁ। এই আন্দোলনক ৰু শক্তিশালী ৰি তুলিবলৈ দেশে নাগৰিসকলৰ অংশগ্রহণ আৱশ্যকীয় 'স্বচ্ছ ভা মিশ্য -নগৰাঞ্চল' ষষ্ঠ বার্ষিকী উদযাপন উপলক্ষে স্বচ্ছতা কি ছা, বেমিছাশীর্ষক ৱেবিনাৰত দিয়া বক্তৃতা এই কথা উল্লেখ কৰে তেওঁ শ্রী পুৰীয়ে কয়, জন আন্দোলন আৰু জন অংশীদাৰিত্ব জৰিয়তে সাধা নাগৰিকৰ াজত স্বচ্ছ ভা অভিযান সম্পর্কে সচেতনতা বার্তা দাঙি ৰিব লাগিব প্রসংগত েওঁ স্বচ্ছ সর্বেক্ষণ কথাও উল্লেখ কৰে কেন্দ্রীয় গৃহ আৰু নগ  মন্ত্রালয়ৰ বার্ষিক স্বচ্ছতামূলক কর্মসূচ এই স্বচ্ছতা সমীক্ষা। চলি ৰ্ষত ১২ কোটিৰো অধিক নাগৰি এই সমীক্ষা কামত অংশ লয় ুলি তেওঁ জানিবলৈ দিয়ে

 

কেন্দ্রীয় গৃহ আৰু গৰ মন্ত্ৰালয়ে আয়োজন কৰা  ৱেবিনাৰত আজি এই মি অধীনত বিগত বছৰৰ সাফল্য দাঙি ৰা হয়। লগতে বিভিন্ন ৰাজ্য  আৰু চহৰৰ  একাধিক অভিজ্ঞতা কথাও আদান-প্ৰদান কৰা হয়  অনুষ্ঠান মহাত্মা গান্ধী ১৫১তম জন্মজয়ন্তী উদযাপন ৰা হয়। অনুষ্ঠান পৌৰোহিত্য ৰে কেন্দ্রীয় গৃহ আৰু নগ  মন্ত্রালয়ৰ স্বতন্ত্ৰ দায়িত্বপ্রাপ্ত ৰাজ্যমন্ত্রী শ্রী দীপ সিং পুৰীয়ে ইয়াৰ উপৰি মন্ত্রালয়ৰ সচিব শ্রী দুর্গাশংকৰ মিশ্র আৰু অতিৰিক্ত সচিব কামৰা ৰিজভি উপস্থিত থাকে।

 

অনুষ্ঠান কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আৰু কয়, ২০১৪ চনত মাননীয় প্রধানমন্ত্রীয়ে যেতিয়া 'স্বচ্ছ ভা মি নগৰাঞ্চল' এই অভিযান আৰম্ভ  ৰিছিল, তেতিয়া লক্ষ্যছিল ২০১৯ চনত জাতি  পিতাৰ জন্ম ডেৰশ বছৰীয়া জয়ন্তীত  স্বচ্ছ াৰ’ –  লক্ষ্যত উপনীত হোৱা। েওঁ কয়, আজি ইয়া জানিব াৰি অত্যন্ত সুখী হৈছোঁ  যে, ভা নগৰাঞ্চল প্রতিগৰাকী  নাগৰি এই স্বপ্ন পূ ৰাত একেলগে আগবাঢ়ি  আহিছে লগতে, হাজা হাজা  স্বচ্ছাসেৱকৰ অংশগ্রহণ, বিভিন্ন গণমাধ্যম প্রচা আৰু  একাধিক জনকল্যাণমূলক অভিযানে এই লক্ষ্য প্ৰাপ্তিত  সফলতা আনিছে ি েওঁ  মন্তব্য ৰে শ্রী পুৰীয়ে  কয়, বর্জ্য পদাৰ্থ ব্যস্থাপনা ক্ষেত্র চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে এতিয়া ৰাঞ্চলৰ  মানুহৰ অভ্যাস ৰিৱর্তন ছে। একেদৰে  চহৰাঞ্চলক  স্বচ্ছ ৰি  তোলাও সম্ভ ৈছে  ুলি  েওঁ  নায়

 

অনুষ্ঠান মন্ত্রালয়ৰ সচিব শ্রী দুর্গাশংকৰ মিশ্র কয়, দেশক উন্মুক্ত স্থান শৌচকৰ্মৰ পৰা মুক্ত ৰাৰ  লক্ষ্যেৰে ২০১৪ চনত  ি  অভিযানৰ  আৰম্ভ  ৰা  ছিল সি  বাস্ত ৰূ লাভ কৰিছে েওঁ কয়, মি কেৱল  এই লক্ষ্যতে  উপনীত হোৱা নাই, চহৰক আবর্জনামুক্ত ৰিও তুলিছোঁ

 

উদ্বোধনী অনুষ্ঠান স্বচ্ছতা কি ছা, বেমিছাশীর্ষক খন চুটি চলচ্চিত্র প্রদর্শিত হয়। এই চলচ্চিত্র ২০১৪ চনত 'স্বচ্ছ ভা মি নগৰাঞ্চল' অভিযানৰ পৰা  বিগত বছৰৰ সাফল্য তুলি ধৰা হৈছে একেদৰে, উক্ত  অনুষ্ঠান উত্তৰাণ্ড , কেৰা, ইম্ফল সহ বিভিন্ন চহৰত স্বচ্ছতা সন্দৰ্ভত  বিগত বছৰৰ  অভিজ্ঞতাও তুলি  ৰা  হয়। লগতে, 'স্বচ্ছ ভা মি -নগৰাঞ্চল' অভিযানত অন্তর্ভুক্ত ইউনাইটেড ষ্টেটছ এজেন্সি ইন্টানেশ্য ডেভেলপমেন্ট, বিল  এণ্ড  মিলিন্ডা গেট ফাউণ্ডে্য, ইউনাইটেড নেশ্য ণ্ডাষ্ট্ৰি ডেভেলপমেন্ট অর্গনাইজেশ্য  দৰে আন্তর্জাতিক সংস্থায়ো  বিভিন্ন অভিজ্ঞতা কথা জানিবলৈ দিয়ে অনুষ্ঠানত স্বচ্ছ ভা মি অভিযান বিষয়ক খন পুস্তিকাও প্রকাশ ৰা হয়। অনুষ্ঠান শেষকেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়, বিগত   বছৰত ি  সাফল্য অর্জন সম্ভব ৈছে, তা ৈতে  সামঞ্জস্য বজা  ৰাখি আগন্তুক দিনত দিনে স্বচ্ছ, স্বাস্থ্য, স্বশক্তি, সমৃদ্ধি  আৰু  আত্মনির্ভ ভা  গঠন দিশত  আগুৱাই যাব লাগিব

 

 

 *******************************************************

RJ/KG



(Release ID: 1661291) Visitor Counter : 117