বিত্ত মন্ত্ৰালয়

ছেপ্টেম্বৰ, ২০২০ৰ জিএছটি ৰাজহ সংগ্ৰহ

ছেপ্টেম্বৰ মাহত ৯৫,৪৮০ কোটি মুঠ জিএছটি ৰাজহ সংগ্ৰহ কৰা হৈছে

Posted On: 01 OCT 2020 3:18PM by PIB Guwahati

২০২০ৰ ছেপ্টেম্বৰ মাহত ৯৫,৪৮০ কোটি টকা মুঠ জিএছটি ৰাজহ সংগ্ৰহ কৰা হৈছে৷ ইয়াৰে ভিতৰত চিজিএছটি ১৭,৭৪১ কোটি টকা, এছজিএছটি ২৩,১৩১ কোটি টকা, আইজিএছটি ৪৭,৪৮৪ কোটি টকা (আমদানি সামগ্ৰীৰ পৰা সংগৃহীত ২২,৪৪২ কোটি টকাসহ) আৰু উপকৰ হৈছে ৭,১২৪ কোটি টকা(আমদানি সামগ্ৰীৰ পৰা সংগৃহীত ৭৮৮ কোটি টকাসহ)৷

চৰকাৰে আইজিএছটিক ২১,২৬০ কোটি টকা চিজিএছটি আৰু ১৬,৯৯৭ কোটি টকাৰ এছজিএছটি নিয়মীয়া নিষ্পত্তি কৰিছে৷ নিয়মীয়া নিষ্পত্তিৰ পাছত কেন্দ্ৰীয় চৰকাৰ আৰ ৰাজ্য চৰকাৰে আহৰণ কৰা মুঠ ৰাজহৰ পৰিমাণ ২০২০ৰ ছেপ্টেম্বৰ মাহত চিজিএছটি ৩৯,০০১ কোটি টকা আৰু এছজিএছটি ৪০,১২৮ কোটি টকা৷

এই জিএছটি ৰাজহৰ পৰিমাণ পূৰ্বৰ একেটা মাহত কৰা সংগ্ৰহতকৈ ৪% অধিক৷ এই সময়ছোৱাত পূৰ্বৰ বছৰত আমদানিকৃত সামগ্ৰীৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ ১০২% আৰু আমদানীকৃত সামগ্ৰীৰ সেৱাসহ ঘৰুৱা লেনদেনৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ১০৫%৷

নিম্নোলিখিত লেখচিত্ৰত মুঠ জিএছটিৰ মাহেকীয়া গতিবিধি প্ৰদৰ্শিত কৰা হৈছে৷ ইফালে, তালিকাত ২০১৯ৰ ছেপ্টেম্বৰ মাহৰ তুলনাত ২০২০ৰ ছেপ্টেম্বৰ মাহত প্ৰতিখন ৰাজ্যই সংগ্ৰহ কৰা জিএছটিৰ পৰিমাণ দেখুওৱা হৈছে৷

তালিকা: ৰাজ্যিক ভিত্তিত ২০২০ৰ ছেপ্টেম্বৰ মাহত সংগৃহীত জিএছটি *

ৰাজ্যৰ ক’ড

ৰাজ্যৰ নাম

ছেপ্টেম্বৰ, ২০১৯

 

 

ছেপ্টেম্বৰ, ২০২০

বিকাশ

জম্মু আৰু কাশ্মীৰ

২৮২

৩৬৮

৩০%

হিমাচল প্ৰদেশ

৬০৯

৬৫৩

%

পাঞ্জাৱ

১১৩৩

১১৯৪

%

চণ্ডীগড়

১৫৭

১৪১

-১০%

উত্তৰাখণ্ড

১০১৭

১০৬৫

%

হাৰিয়ানা

৪১১০

৪৭১২

১৫%

দিল্লী

৩৩৮৬

৩১৪৬

-%

ৰাজস্থান

২২৫৩

২৬৪৭

১৭%

উত্তৰপ্ৰদেশ

৫০৭৩

৫০৭৫

%

১০

বিহাৰ

৯৮৬

৯৯৬

%

১১

ছিকিম

২০৯

১০৬

-৪৯%

১২

অৰুণাচলপ্ৰদেশ

৪৪

৩৫

-২০%

১৩

নাগালেণ্ড

২১

২৯

৪৩%

১৪

মনিপুৰ

৪২

৩৪

-১৯%

১৫

মিজোৰাম

২৯

১৭

-৪২%

১৬

ত্ৰিপুৰা

৫২

৫০

-%

১৭

মেঘালয়

১০৬

১০০

-%

১৮

অসম

৮৪৮

৯১২

%

১৯

পশ্চিমবংগ

৩২৫৫

৩৩৯৩

%

২০

ঝাৰখণ্ড

১৫০৯

১৬৫৬

১০%

২১

ওড়িশা

২০১৫

২৩৮৪

১৮%

২২

চত্তীশগড়

১৪৯০

১৮৪১

২৪%

২৩

মধ্যপ্ৰদেশ

২০৮৭

২১৭৬

%

২৪

গুজৰাট

৫৭৪১

৬০৯০

%

২৫

দমন আৰু দিউ

৮৯

১৫

-৮৩%

২৬

দাদৰা আৰু নগৰ হাভেলী

১২৫

২২৫

৭৯%

২৭

মহাৰাষ্ট্ৰ

১৩৫৭৯

১৩৫৪৬

%

২৯

কৰ্ণাটক

৬৩৫০

৬০৫০

-%

৩০

গোৱা

৩১১

২৪০

-২৩%

৩১

লাক্ষাদ্বীপ

-৫৮%

৩২

কেৰালা

১৩৯৩

১৫৫২

১১%

৩৩

তামিলনাডু

৫৬১৬

৬৪৫৪

১৫%

৩৪

পুডুচেৰী

১৪৯

১৪৮

-%

৩৫

আন্দামান আৰু নিকোবৰ

১৯

১৯

%

৩৬

তেলেংগানা

২৮৫৪

২৭৯৬

-%

৩৭

অন্ধ্ৰপ্ৰদেশ

১৯৮৫

২১৪১

%

৩৮

লাডাখ

%

৯৭

অন্যান্য প্ৰদেশ

১৩২

১১০

-১৬%

৯৯

কেন্দ্ৰৰ আওতাধীন

৩৫

১২১

২৪৭%

 

সৰ্বমুঠ

৬৯০৯১

৭২২৫০

%

 

* আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত জিএছটি অন্তৰ্ভূক্ত কৰা হোৱা নাই৷

RM/KMN/DB



(Release ID: 1660860) Visitor Counter : 194