প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেজৰ যশোৱন্ত সিঙৰ (অৱসৰপ্ৰাপ্ত) পৰলোকপ্ৰাপ্তি

Posted On: 27 SEP 2020 9:49AM by PIB Guwahati

ভাৰত চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী মেজৰ যশোৱন্ত সিঙৰ (অৱসৰপ্ৰাপ্ত) ২৭ ছেপ্টেম্বৰ, ২০২০ৰ পুৱা .৫৫বজাত বিয়োগ হোৱা বুলি নতুন দিল্লীস্থিত সেনা হাস্পতালে (গৱেষণা আৰু ৰেফাৰেল) ঘোষণা কৰিছে৷

তেওঁক ২৫ আগষ্ট, ২০২০ত সেনা হাস্পতাল (গৱেষণা আৰু ৰেফাৰেল)ত  ভৰ্তি কৰা হৈছিল আৰু তেওঁৰ কেইবাটাও অংগই কাম নকৰাৰ লগতে ছেপছিচ আৰু মগজুৰো গম্ভীৰ আঘাতৰ চিকিসা কৰি থকা হৈছিল৷ ইফালে, আজি পুৱা তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ পৰে৷

বিশেষজ্ঞ চিকিসকসকলে তেওঁক পুনৰ্জীৱিত কৰাৰ বাবে পাৰ্যমানে চেষ্টা কৰিও তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে আৰু ২৭ ছেপ্টেম্বৰৰ পুৱা .৫৫ বজাত মৃত্যুক আকোঁৱালি লয়৷

তেওঁৰ ভিড স্থিতি নিগেটিভ৷

***

 

ABB/Nampi/Rajib/DB



(Release ID: 1659538) Visitor Counter : 159