প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিএছআইআৰৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ বিষয়া-কৰ্মচাৰীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
26 SEP 2020 2:44PM by PIB Guwahati
বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR) ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ বিষয়া-কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "চিএছআইআৰৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰে জড়িত প্ৰতিজনলৈ শুভেচ্ছা জনালো। ভাৰতত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ বৰ্ধনত চিএছআইআৰ বাটকটীয়া। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনতো তেওঁলোকে মূল্যবান ভূমিকা পালন কৰি আহিছে। ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে চিএছআইআৰক শুভেচ্ছা জনাইছো।"
***
VRRK/SH/SB
(रिलीज़ आईडी: 1659349)
आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam