প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অধ্যাপক গোৱিন্দ স্বৰূপৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
08 SEP 2020 1:49PM by PIB Guwahati
অধ্যাপক গোৱিন্দ স্বৰূপৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
"অধ্যাপক গোৱিন্দ স্বৰূপ এগৰাকী ব্যতিক্ৰমী বিজ্ঞানী আছিল। ৰেডিঅ’ জ্যোতিৰ্বিদ্যাত তেওঁৰ অগ্ৰণী কৰ্মই বিশ্বৰ প্ৰশংসা বুটলিছিল। তেওঁৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ নিকট আৰু প্ৰিয়জনৰ প্ৰতি মোৰ সমবেদনা যাচিলো।“
***
VRRK/SH/SB
(ৰিলিজ আই ডি : 1652268)
অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam