প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এফআইডিই অনলাইন দবা অলিম্পিয়াডত জয়লাভৰ বাবে দবা খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

प्रविष्टि तिथि: 30 AUG 2020 9:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এফআইডিই অনলাইন দবা অলিম্পিয়াডত জয়লাভৰ বাবে দবা খেলুৱৈসকলক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এফআইডিই অনলাইন দবা অলিম্পিয়াডত জয়লাভ কৰাৰ বাবে আমাৰ দবা খেলুৱৈসকললৈ অভিনন্দন জনাইছো। তেওঁলোকৰ কঠোৰ শ্ৰম আৰু আত্মোৎসৰ্গা প্ৰশংসনীয়। তেওঁলোকৰ এই সফলতাই আন দবা খেলুৱৈসকলক নিশ্চিতভাৱে প্ৰেৰণা যোগাব। মই একেদৰে ৰাছিয়াৰ দলটোকো অভিনন্দন জনাইছো।”

***

VRRK/SH/SB


(रिलीज़ आईडी: 1650035) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam