প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ সফল ৬ষ্ঠ বৰ্ষ পূৰ্তিত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

Posted On: 28 AUG 2020 11:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন ধন যোজনাৰ সফল ৬ষ্ঠ তম বৰ্ষপূৰ্তিত সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী জন ধন যোজনাক সফল কাম কৰি তোলাৰ ক্ষেত্ৰত যিসকল লোকে দিনে নিশাই অবিৰাম কষ্ট কৰিছে তেওঁলোককো শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “বেংকত একাউণ্ট নথকা লোকসকলক বেংক একাউণ্ট খুলি দিয়াৰ এক অভিলাষী উদ্দেশ্যেৰে আজিৰ পৰা ছবছৰ পূৰ্বে মুকলি কৰা হৈছিল প্ৰধানমন্ত্ৰী জন ধন যোজনা। দেশৰ কোটি কোটি লোকক লাভৱান্বিত কৰি, ভালেমান দৰিদ্ৰতা নিৰ্মূলকৰণ পদক্ষেপৰ ভেটি হিচাপে আৰম্ভ কৰা এই পদক্ষেপ আজি যুগান্তকাৰী হিচাপে অভিহিত হৈছে।

তেওঁ লগতে কয় প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ ভেটিতেই ভালেমান পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষিত হৈ পৰিছে। এই যোজনাৰ এক বৃহৎ সংখ্যক হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু সৰহ সংখ্যকেই মহিলা। মই প্ৰধানমন্ত্ৰী জন ধন যোজনাক সফল কাম কৰি তোলাৰ বাবে দিনে নিশাই কষ্ট কৰি থকা প্ৰতিগৰাকী লোককে অভিবাদন জনাইছো।


Today, six years ago, the Pradhan Mantri Jan Dhan Yojana was launched with an ambitious aim of banking the unbanked. This initiative has been a game-changer, serving as the foundation for many poverty alleviation initiatives, benefitting crores of people. #6YearsOfJanDhanYojana pic.twitter.com/MPueAJGlKw

— Narendra Modi (@narendramodi) August 28, 2020

 

Thanks to the Pradhan Mantri Jan Dhan Yojana, the future of several families has become secure. A high proportion of beneficiaries are from rural areas and are women. I also applaud all those who have worked tirelessly to make PM-JDY a success. #6YearsOfJanDhanYojana pic.twitter.com/XqvCxop7AS

— Narendra Modi (@narendramodi) August 28, 2020

 

***

VRRK/SH/RD



(Release ID: 1649150) Visitor Counter : 161