তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

২৩ আগষ্টত মিডিয়া প্ৰডাকশ্যনৰ সাধাৰণ পৰিচালনা পদ্ধতি সম্পৰ্কে স্পষ্টীকৰণ

পোষ্ট কৰা হৈছে: 24 AUG 2020 5:02PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিগত ২৩ আগষ্টত মিডিয়া প্ৰডাকশ্যনৰ বাবে সম্পূৰ্ণ নীতি-নিৰ্দেশনা আৰু সাধাৰণ পৰিচালনা পদ্ধতি, SOP প্ৰকাশ কৰে। এই SOP য়ে সকলো ধৰণৰ মিডিয়া প্ৰডাকশ্যন অৰ্থাৎ বৈদ্যুতিন আৰু চলচ্চিত্ৰ মাধ্যমৰ বাবে শ্বুটিং, টেলিভিশ্যনৰ অনুষ্ঠান প্ৰস্তুত, ৱেব ছিৰিজৰ দৰে অনুষ্ঠান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলে স্পষ্ট কৰি জনাইছে। এই সাধাৰণ পৰিচালনা পদ্ধতি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব।

এই SOP খন চাবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰিব পাৰিব - 

https://mib.gov.in/sites/default/files/SOP%20on%20Media%20Production%2021%20Aug%202020%20%281%29.pdf

 

*****


(ৰিলিজ আই ডি : 1648380) অতিথি কক্ষ : 206