প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক’ঝিকোডত বিমান দূৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
Posted On:
07 AUG 2020 10:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ঝিকোডত বিমান দূৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবাৰ্তাক প্ৰধানমন্ত্ৰীয়ে কয়, “ক’ঝিকোডত বিমান দূৰ্ঘটনাক লৈ অতিশয় দুঃখিত হৈছো৷ এই দুৰ্ঘটনাত আত্মীয়ক হেৰুওৱা লোকসকলৰ প্ৰতি মই সমবেদনা জনাইছো৷ আৰোগ্যসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে কেৰালাৰ মুখ্যমন্ত্ৰী @vijayanpinarayiজীৰ সৈতে কথা পাতিছো৷ ঘটনাস্থলীত চৰকাৰী কৰ্তৃপক্ষ উপস্থিত হৈ পীড়িতসকলৰ প্ৰতি সকলো সহায় আগবঢ়াইছে৷”
***
VRRK/SH /DB
(Release ID: 1648354)
Visitor Counter : 198
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam