প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰথম পূন্যতিথি উপলক্ষে অৰুণ জেটলীক স্মৰণ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
24 AUG 2020 11:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণ জেটলীৰ প্ৰথম পূন্যতিথি উপলক্ষে তেওঁক স্মৰণ কৰে।
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “যোৱা বছৰৰ আজিৰ দিনটোতে আমি শ্ৰী অৰুণ জেটলী জীক হেৰুৱাইছিলো। মই মোৰ বন্ধুক হেৰুৱাইছিলো।
অৰুণজীয়ে অতি নিষ্ঠাৰে ভাৰতৰ সেৱা আগবঢ়াইছিল। তেওঁৰ বু্দ্ধিমত্তা, আইনীত জ্ঞান, সুক্ষ্মদৃষ্টি আৰু সুন্দৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিল।”
***
VRRK/SH/DB
(ৰিলিজ আই ডি : 1648173)
অতিথি কক্ষ : 200
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam