প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাৰ্ছি নৱবৰ্ষ, নৱৰোজ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
Posted On:
16 AUG 2020 9:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্ছি নৱবৰ্ষ, নৱৰোজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷
এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নৱৰোজ মোবাৰক! পাৰ্ছি নৱ বৰ্ষৰ শুভকামনা জনালো৷ বিভিন্ন ক্ষেত্ৰত পাৰ্ছি সমূদায়ে আগবঢ়োৱা বৰঙণিক ভাৰতে সদায় উদযাপন কৰি আহিছে৷ অহা বছৰটোৱে সকলোৰে জীৱনত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, তাকে কামনা কৰিলো৷”
***
VRRK/KP/DB
(Release ID: 1646338)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam