প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চাৰ্টাৰ্ড একাউণ্টেণ্টসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
01 JUL 2020 10:26AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চাৰ্টাৰ্ড একাউণ্টেণ্টসকলক শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ উদ্যোগী চিএ সমূদায়ে এক সুস্থ আৰু স্বচ্ছ অৰ্থনীতি সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ দেশৰ প্ৰতি তেওঁলোকৰ সেৱাৰ অপৰিসীম মুল্য আছে৷ সকলোকে চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসৰ শুভেচ্ছা জনাইছো৷”
***
VRRK/SH/DB
(रिलीज़ आईडी: 1635662)
आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam