স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ সহায় হাত

পোষ্ট কৰা হৈছে: 26 JUN 2020 12:22PM by PIB Guwahati

দেশজুৰি ক’ভিড-১৯ৰ বিৰুদ্ধে সামূহিক প্ৰচেষ্টাৰে যুঁজ দি অহা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসাৰ আন্তঃগাঁথনি গঢ়ি তুলি সক্ৰিয় আৰু সুদৃঢ়ভাৱে সহায় আগবঢ়াইছে৷

সমগ্ৰ দেশৰ তুলনাত উত্তৰ-পূবৰ ৰাজ্যসমূহত তুলনামূলকভাৱে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা কম৷ তলত উল্লেখ কৰা তালিকা মতে অঞ্চলটোত ক’ভিড-১৯ত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৩,৭৩১ৰ বিপৰীতে আৰোগ্য সংখ্যা ৫,৭১৫গৰাকী হৈছে৷ মনিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমত এজনো লোক ক’ভিডত মৃত্যু হোৱা নাই৷ তদুপৰি, বাকী ৰাজ্যসমূতো মৃত্যুৰ হাৰ নিম্ন৷

 

ক্ৰ. নং.

ৰাজ্য

আক্ৰান্ত হৈ থকা

আৰোগ্য

মৃত্যু

১

অৰুণাচল প্ৰদেশ

১২১

৩৮

১

২

অসম

২২৭৯

৪০৩৩

৯

৩

মনিপুৰ

৭০২

৩৫৪

০

৪

মেঘালয়

৩

৪২

১

৫

মিজোৰাম

১১৫

৩০

০

৬

নাগালেণ্ড

১৯৫

১৬০

০

৭

ছিকিম

৪৬

৩৯

০

৮

ত্ৰিপুৰা

২৭০

১০১৯

১

সৰ্বমুঠ

৩,৭৩১

৫,৭১৫

১২

 

উত্তৰ-পূৰ ৰাজ্যসমূহত পৰীক্ষাগাৰৰ সুবিধাৰ অভাৱ হোৱাৰ ফলত ক’ঊিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যা্পক অসুবিধাই দেখা দিছিল৷ কিন্তু বৰ্তমান কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে দিয়া গুৰুত্বৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত ৩৯টা চৰকাৰী আৰু ৩টা ব্যক্তিগতখণ্ডৰ সহ মুঠ ৪২টা পৰীক্ষাগাৰ হৈছে৷

 

ক্ৰ. নং.

ৰাজ্য

ৰাজহুৱা পৰীক্ষাগাৰ

ব্যক্তিগত পৰীক্ষাগাৰ

সৰ্বমুঠ পৰীক্ষাগাৰ

১

অৰুণাচল প্ৰদেশ

৩

০

৩

২

অসম

১০

২

১২

৩

মনিপুৰ

২

০

২

৪

মেঘালয়

৬

১

৭

৫

মিজোৰাম

২

০

২

৬

নাগালেণ্ড

১৩

০

১৩

৭

ছিকিম

২

০

২

৮

ত্ৰিপুৰা

১

০

১

সৰ্বমুঠ

৩৯

৩

৪২

 

একেদৰে উত্তৰ-পূবৰ ৰাজ্যসমূহে ক’ভিডৰ নামত উচৰ্গিত হাস্পতাল, স্বাস্থ্য কেন্দ্ৰ আৰু কেয়াৰ কেন্দ্ৰৰ অভাৱত পৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অঞ্চলটোৰ আন্তঃগাঁথনি বৃদ্ধি কৰি থকা হৈছে৷ বৰ্তমানৰ স্থিতি এনেধৰণঃ-

ক্ৰ. নং.

ৰাজ্য

ক’ভিডৰ নামত উচৰ্গিত হাস্পতাল/ডিচিএইচ

ক’ভিডৰ নামত উচৰ্গিত স্বাস্থ্য কেন্দ্ৰ/ডিচিএইচচি

ক’ভিডৰ নামত উচৰ্গিত কেন্দ্ৰ/ডিচিচি

সা-সুবিধাৰ সংখ্যা

১

অৰুণাচল প্ৰদেশ

৪

৩১

৫১

৮৬

২

অসম

৩২

২৬৭

১০০১

১৩০০

৩

মনিপুৰ

২

১৮

১

২১

৪

মেঘালয়

৭

২৪

১৪

৪৫

৫

মিজোৰাম

১

১৫

১৫

৩১

৬

নাগালেণ্ড

১২

১

১

১৪

৭

ছিকিম

১

২

২

৫

৮

ত্ৰিপুৰা

১

২

১৩

১৬

সৰ্বমুঠ

৬০

৩৬০

১০৯৮

১৫১৮

 

ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত আইছ’লেচন বেড, অক্সিজেন সমৰ্থিত বেড, ভেণ্টিলেটৰৰ সংখ্যাও স্থাপনত গুৰুত্ব আৰোপ কৰিছে৷ এইবোৰে ক’ভিড-১৯ৰ ফলপ্ৰসূ চিকিৎসা ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

ক্ৰ. নং.

ৰাজ্য

সৰ্বমুঠ আইছ’লেচন বেড(আইচিইউ বেড বাদ দি)

অক্সিজেন সমৰ্থিত বেড

সৰ্বমুঠ আইচিইউ

ভেণ্টিলেটৰ সংখ্যা

১

অৰুণাচল প্ৰদেশ

১৯৯৮

১৭৮

৬০

১৬

২

অসম

৬৭৮৩৩

১৮৪১

৫৯৮

৩৫০

৩

মনিপুৰ

৮২৯

৩১৭

৪৮

৪৫

৪

মেঘালয়

১২৩১

৩৪৫

৮৩

৯৫

৫

মিজোৰাম

৭০৯

২১৩

৩৭

২৭

৬

নাগালেণ্ড

৬৮১

১৪২

৫৪

২৮

৭

ছিকিম

২৫১

২২৪

২০

৫৯

৮

ত্ৰিপুৰা

১২৭৭

১০

১৩

৭

 

উত্তৰ-পূৰ্বাঞ্চলত এন৯৫ মাস্ক, পিপিই কিট আৰু এইচচিকিউ টেবলেট যোগানৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য সহায় আগবঢ়াইছে৷

ক্ৰ.নং.

ৰাজ্য/ইউটি/কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান

এন৯৫ মাস্ক বিতৰণ(লাখ)

পিপিই কিট বিতৰণ(লাখ)

এইচচিকিউ টেবলেট বিতৰণ (লাখ)

১

অৰুণাচল প্ৰদেশ

১.২১

০.৬৬

১.৫

২

অসম

৩.৩৭

২.০১

৬.৭

৩

মনিপুৰ

০.৯৫

০.৭৯

২.৭

৪

মেঘালয়

০.৭৫

০.৫২

১.৭৫

৫

মিজোৰাম

০.৭৬

০.৩১

২.২

৬

নাগালেণ্ড

০.৭

০.২৫

১.৭৫

৭

ছিকিম

০.৮০

০.৫২

০.২৫

৮

ত্ৰিপুৰা

১.৩৮

১.১৩

২.৫

 

****

MV/SG/DB


(ৰিলিজ আই ডি : 1634513) অতিথি কক্ষ : 282