প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ; সম্ভাৱ্য সকলো সহায়ৰ আশ্বাস
प्रविष्टि तिथि:
10 JUN 2020 4:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সম্ভাৱ্য সকলো সহায়ৰ আশ্বাস দিয়ে৷
এক টুইটত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়, “বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী কেন্দ্ৰৰ পৰা সম্ভাৱ্য সকলো সহায়ৰ আশ্বাস দিয়ে৷ পৰিস্থিত সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে৷”
****
VRRK/KP/DB
(रिलीज़ आईडी: 1631137)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam