প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহেশ নৱমী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 31 MAY 2020 1:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহেশ নৱমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, আপোনালোক সকলোকে মহেশ নৱমীৰ শুভকামনা জনাইছো৷ এই পৰ্বই আমাক জনকল্যানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ প্ৰেৰণা দিয়ে৷ দেৱাদিদেৱ মহাদেৱ আৰু মা পাৰ্ৱতীৰ প্ৰতি মোৰ প্ৰাৰ্থনা এই যে তেওঁলোকে যেন সমগ্ৰ দেশবাসীৰ ওপৰত কৃপাদৃষ্টি দিয়ে৷

***

VRRK/SH/DB


(Release ID: 1630028)