প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মুখ্যমন্ত্রীৰ সৈতে ঘূর্ণীবতাহৰ পৰিস্থিতিক লৈ বাৰ্তালাপ প্ৰধানমন্ত্রীৰ
পোষ্ট কৰা হৈছে:
02 JUN 2020 7:32PM by PIB Guwahati
ঘূর্ণীবচাহৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী শ্রী উদ্ধৱ ঠাকৰে, গুজৰাটেৰ মুখ্যমন্ত্রী শ্রী বিজয় ৰূপানী আৰু দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ প্ৰশাসক শ্রী প্ৰফুল কে পেটেলৰ সৈতে বাৰ্তালাপ কৰে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহ সম্ভাৱ্য সকলো ধৰণৰ সহায়তা কৰাৰো আশ্বাস দিয়ে প্ৰধানমন্ত্রীয়ে৷
প্ৰধানমন্ত্রীৰ কাৰ্যালয়ৰ এক টুইটাৰত কয়, “প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে @narendramodi ঘূর্ণীবতাহৰ পৰিস্থিতিকলৈ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী শ্রী উদ্ধৱ ঠাকৰে, গুজৰাটৰ মুখ্যমন্ত্রী শ্রী বিজয় ৰূপানী @vijayrupanibjp আৰু দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ প্ৰশাসক শ্রী প্ৰফুল কে পেটেলৰ @prafulkpatel সৈতে কথা পাতে৷ কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব বুলি তেওঁ আশ্বাস দিছে৷”
***
VRRK/SH/DB
(ৰিলিজ আই ডি : 1630025)
অতিথি কক্ষ : 231
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam