গৃহ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ বাৰ্তা
                    
                    
                        
                    
                
                
                    Posted On:
                05 JUN 2020 7:32PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্রাচীন কালৰে পৰা প্রকৃতি সংৰক্ষণ সম্পর্কে ভাৰতৰ চহকী পৰম্পৰা আৰু গভীৰ জ্ঞান আছে৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেওঁৰ বার্তাত শ্রী শ্বাহে কয় যে বিভিন্ন উপায়েৰে প্ৰকৃতিৰ উপাসনা আৰু সংৰক্ষণ কৰাটো আমাৰ সংস্কৃতিৰ অন্তর্নিহিত দিশ৷ আহক এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি এক সুন্দৰ ভৱিষ্যতৰ বাবে পৰিৱেশ সংৰক্ষণ সংকল্পবদ্ধ হও৷ 
 
<><><><><>
NW/DB
                
                
                
                
                
                (Release ID: 1629766)
                Visitor Counter : 185