প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঘূৰ্ণীবতাহৰ মোকাবিলাৰ পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে; জনসাধাৰণক যথা সম্ভৱ ধৰণে সতৰ্কতা আৰু সুৰক্ষা প্ৰণালী গ্ৰহণ কৰিবলৈ আহ্বান
পোষ্ট কৰা হৈছে:
02 JUN 2020 5:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পশ্চিম উপকূলীয় তটত ঘূৰ্ণীবতাহৰ মোকাবিলাৰ পৰিস্থিতিৰ খতিয়ান লয় আৰু জনসাধাৰণক যথা সম্ভৱ ধৰণে সতৰ্ক হৈ থাকিবলৈ তথা সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘ভাৰতৰ পশ্চিম উপকূলীয় তটৰ ঘূৰ্ণীবতাহৰ পৰিস্থিতিৰ বুজ লও৷ সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছো৷ মই জনসাধাৰণক যথা সম্ভৱ ধৰণে হৈ থাকিবলৈ তথা সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো৷’’
***
VRRK/SH/MANN
(ৰিলিজ আই ডি : 1628872)
অতিথি কক্ষ : 251
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam