PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 29 MAY 2020 6:31PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যসমূহ

বিগত ২৪ ঘণ্টাত ৩৪১৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৪২.৮৯%৷ চিকিৎসকৰ নিৰীক্ষণত আছে ৮৯,৯৮৭ জন ৰোগী৷

অধিক বিৱৰণৰ বাবে

ৰে’ল মন্ত্ৰালয়ৰ তৰফৰ পৰা যাত্ৰীসকললৈ আহ্বান

ভাৰতীয় ৰে’লৱে দেশজুৰি প্ৰতিদিনে বহুসংখ্যক শ্ৰমিক বিশেষ ৰে’ল চলাই আছে, যাতে প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁলোকৰ ঘৰলৈ ঘূৰি যোৱাটো সুনিশ্চিত হয়৷ এইটো দেখা গৈছে যে এনে একাংশ লোকেও শ্ৰমিক বিশেষ ৰে’লত যাত্ৰা কৰিছে, যিসকল ইতিমধ্যে কোনো ৰোগত আক্ৰান্ত  আৰু এনে লোকৰ বাবে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱা অধিক বিপদজনক। যাত্ৰাৰ সময়ত পূৰ্বেই ৰোগাক্ৰান্ত একাংশ লোকৰ মৃত্যু হোৱাৰ দৰে দুৰ্ভাগ্যজনক খবৰ লাভ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱেয়ে ৮৫ লাখতকৈও অধিক বিনামূলীয়া খাদ্য আৰু ১.২৫ কোটি বিনামূলীয়া পানীৰ বটল প্ৰায় ৫০ লাখ প্ৰব্ৰজকক বিতৰণ কৰিছে

ভাৰতীয় ৰে’লৱেয়ে ১ মে’ৰ পৰা চলাচল কৰা শ্ৰমিক বিশেষ ৰে’লৰ জৰিয়তে ৮৫ লাখ বিনামূলীয়া খাদ্য আৰু ১.২৫ কোটি বিনামূলীয়া পানীৰ বটল বিতৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱেয়ে ৩০খন বিশেষ ৰাজধানী সদৃশ ৰে’ল আৰু ২০০খন বিশেষ মেইল এক্সপ্ৰেছ ৰে’লৰ পৰিৱৰ্তনৰ কাৰণে নিৰ্দেশনা  প্ৰদান কৰিছে

ভাৰতীয় ৰে’লৱেয়ে ১২.০৫.২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩০ খন বিশেষ ৰাজধানী সদৃশ ৰে’ল আৰু ২০০ খন বিশেষ মেইল এক্সপ্ৰেছৰ নিৰ্দেশনাৰ পৰিৱৰ্তন কৰাৰ বাবে কিছু সালসলনি ঘটাইছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী পীয়ুষ গোৱেলে বাণিজ্যিক সংস্থাৰ প্ৰতিনিধিক সাক্ষাৎ কৰে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে বাণিজ্য সংস্থাৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে৷

অধিক বিৱৰণৰ বাবে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ২৩টা অতিৰিক্ত ক্ষুদ্ৰ বনজ সম্পদত ন্যূনতম সমৰ্থন মূল্য তালিকাৰ সমন্বিতকৰণৰ ঘোষণা কৰিছে

অধিক বিৱৰণৰ বাবে

বাৰ্ষিক ৰাষ্ট্ৰীয় আয়ৰ অস্থায়ী হিচাপ, ২০১৯-২০ আৰু মুঠ ঘৰুৱা উৎপাদনৰ ত্ৰিমাসিক হিচাপ ২০১৯-২০

অধিক বিৱৰণৰ বাবে

এপ্ৰিল, ২০২০ৰ বাবে আঠটা মূল উদ্যোগৰ সূচাংক

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰীয় কেৰিয়াৰত মুকলি কৰা হৈছে বিনামূলীয়া অনলাইন কেৰিয়াৰ দক্ষতা

অধিক বিৱৰণৰ বাবে

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৫৬ চিএনজি ষ্টেচন ১১খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত বিতৰণ কৰিছে

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ১১খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৫৬টা চিএনজি ষ্টেচন বিতৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী ৰামবিলাস পাচোৱানে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰালয়ৰ এবছৰীয়া কীৰ্তি প্ৰকাশ কৰিছে

অধিক বিৱৰণৰ বাবে

মাডাগাস্কাৰৰ আন্টচিৰানানাত উপস্থিত হৈছে আইএনএছ কেশৰী

মিছন সাগৰৰ অংশ হিচাৰে ভাৰতীয় নৌবাহিনীৰ জাহাজ কেশৰীয়ে ২৭ মে’ ২০২০ তাৰিখে মাদাগাস্কাৰৰ আণ্টছিৰানানা বন্দৰত উপস্থিত হৈছে৷

অধিক বিৱৰণৰ বাবে

আৰ্মী কমাণ্ডাৰৰ বৈঠকঃ ২৭-২৯ মে’ ২০২০

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে ৱেবিনাৰৰ জৰিয়তে ৪৫,০০০ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ সৈতে বাৰ্তালাপ কৰে

অধিক বিৱৰণৰ বাবে

এটি ৱেষ্টাৰ্ণ নেভেল কমাণ্ডত আলট্ৰা ভায়লেট বীজাণুনাশকৰণ সুবিধা বিকশিত কৰা হৈছে

মুম্বাইৰ নৌ বন্দৰে ইউভি ছেনিটাইজেছন বে’ নিৰ্মাণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

গৱেষকে প্ৰস্তুত কৰি ন’ভেল ক’ৰোনা ভাইৰাছৰ কালচাৰ, ইয়াৰ দ্বাৰা ঔষধ আৰু প্ৰতিষেধক বিকাশত সহায়ক হ’ব

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ বাবে ছুৰাট স্মাৰ্ট চিটীয়ে গ্ৰহণ কৰিছে আইটি পদক্ষেপ

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ছুৰাট পৌৰ নিগমে বিভিন্ন আইটি পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবি ফেক্ট চেক

 



(Release ID: 1627739) Visitor Counter : 240