প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বীৰ ছাভাৰকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 MAY 2020 10:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ ছাভাৰকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, সাহসী বীৰ ছাভাৰকাৰৰ জয়ন্তীত মই তেওঁলৈ প্ৰণিপাত জনাইছো৷ আমি তেওঁক তেওঁৰ সাহস, স্বাধীনতা সংগ্ৰামত যোগাদান কৰিবলৈ অন্যান্য লোকসকলক প্ৰণোদিত কৰা আৰু সমাজ সংস্কাৰৰ প্ৰতি দিয়া গুৰুত্বৰ বাবে সদায়ে মনত ৰাখিম৷

***

VRRK/SH/DB


(ৰিলিজ আই ডি : 1627426) অতিথি কক্ষ : 284