প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঈদ-উল-ফিটৰ উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 25 MAY 2020 8:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-ফিটৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ শুভেচ্ছাবাণী প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ঈদ মুবাৰক! ঈদ-উল-ফিটৰত দেশবাসীৰ মাজত ভ্ৰাতৃত্ববোধৰ সৃষ্টি হওক৷ সকলো স্বাস্থ্যৱান আৰু ঐশ্বৰ্যশালী হওক৷’’

 

***

VRRK/SH/MANN


(रिलीज़ आईडी: 1626789) आगंतुक पटल : 240
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam